• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ পাপুল চাংমাইৰ ৰূপৰ পদক অৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2019 8:30 am
Papul Changmai

পাপুল চাংমাই(সোঁফালৰ গৰাকী)

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছামোৱাৰ এপিয়াত অনুষ্ঠিত হৈ থকা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসমৰ ভাৰোত্তোলক পাপুল চাংমায়ে ৰূপৰ পদক দখল কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত পুৰুষৰ ছিনিয়ৰ ৮১ কেজিৰ শাখাত অংশলোৱা পাপুল চাংমায়ে স্নেটছত ১৩৫ কিলোগ্ৰাম, ক্লিন আৰু জাৰ্কত ১৭৮ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি মুঠ ৩১৩ কিলোগ্ৰাম ভাৰোত্তোলন কৰি ৰূপৰ পদক দখল কৰে।

Apply Now

পাপুল চাংমাই প্ৰতিযোগিতাখনত পদক দখল কৰাৰ পাছত ভাৰতীয় দলটোৰ প্ৰশিক্ষক আৰু চাপোৰ্টিং ষ্টাফৰ সকলো সদস্য উৎফুল্লিত হৈ পৰিছে।

আনহাতে, অসমৰ প্ৰতিভাৱান ভাৰোত্তোলক পাপুল চাংমাইৰ কমনৱেলথ ভাৰোত্তলন চেম্পিয়নশ্বিপত লাভ কৰা সফলতাত উৎসাহিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকল।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত ইয়াৰ পূৰ্বে জুনিয়ৰ ছোৱালীৰ ৪৫ কিলোগ্ৰাম আৰু ৪০ কিলোগ্ৰাম শাখাত ক্ৰমে বৰ্ণালী বৰা আৰু ৰেখামণি বৰাই পদক কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। পাপুল চাংমাই পদক লাভ কৰাৰ লগে লগে প্ৰতিযোগিতাখনত অসমৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে তেওঁ পদক দখল কৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm
গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

October 24, 2026 11:14 am
ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd