• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবালকৰ হাতত গাড়ীৰ চাবি! বজালীৰ গাড়ী দুৰ্ঘটনাৰ বাবে অভিভাৱকৰ কাণ্ডজ্ঞানহীনতাকে দোষাৰোপ

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
January 4, 2026 10:51 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজালীত দশম শ্ৰেণীৰ ছাত্ৰই চলোৱা এখন গাড়ীৰ বৃহৎ দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে পথ সুৰক্ষা আৰু অভিভাৱকৰ দায়িত্বক লৈ গুৰুতৰ উদ্বেগৰ সৃষ্টি হৈছে।

বাঘমাৰা-ইণ্ডো–ভূটান পথত মাৰুতি চুইফট এখন ট্ৰেক্টৰৰ সৈতে খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

Apply Now

স্থানীয় সূত্ৰৰ মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ছুইফটখনত চাৰিজন স্কুলীয়া ছাত্ৰই যাত্ৰা কৰিছিল।

আহত দুজনক ততাতয়াকৈ ওচৰৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

পিছত ইয়াৰে তিনিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত তেওঁলোকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কি পৰিস্থিতিত গাড়ীখনে ট্ৰেক্টৰখনত খুন্দা মাৰে সেইটো এতিয়াও তদন্ত চলি আছে।

ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী জোৱান উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

দুৰ্ঘটনাটোৱে পুনৰবাৰ যান-বাহন আইনৰ গুৰুতৰ উলংঘাৰ বিষয়টো পোহৰলৈ আনিছে, কিয়নো মটৰ গাড়ী আইনৰ অধীনত ১৮ বছৰৰ তলৰ ব্যক্তিয়ে ৰাজহুৱা পথত মটৰ গাড়ী চলোৱাত আইনগতভাৱে নিষেধাজ্ঞা আৰোপ কৰা আছে।

ইয়াৰ পিছতো অভিযোগ উত্থাপন হৈছে যে একাংশ অভিভাৱকে নাবালক সন্তানক গাড়ী চলাবলৈ দিয়াটো অব্যাহত ৰাখিছে, যাৰ ফলত কেৱল তেওঁলোকৰ জীৱনটো বিপদত পৰাই নহয়, পথত চলাচল কৰা আনকো বিপদত পেলাইছে।

স্থানীয় বাসিন্দাসকলে অভিভাৱকৰ এনে গাফিলতিক অত্যন্ত বিপজ্জনক আখ্যা দি তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে।

তেওঁলোকে নাবালকক গাড়ী চলাবলৈ দিয়া অভিভাৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰু যান-বাহন নিয়ম আৰু পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা অভিযান তীব্ৰতৰ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে।

শশাংক তালুকদাৰ, বজালী

শশাংক তালুকদাৰ, বজালী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd