• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদৰ সুৰক্ষা উলংঘন কাণ্ড: দিল্লী আৰক্ষীৰ ১৪ হাজাৰ পৃষ্ঠাৰ নতুন চাৰ্জশ্বীট দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 6:46 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনৰ নতুন দিল্লীৰ সংসদ সুৰক্ষা উলংঘনৰ ঘটনাৰ তদন্তই আকৌ এক গুৰুত্বপূৰ্ণ মোৰ লৈছে। এই গোচৰত দিল্লী আৰক্ষীয়ে এতিয়া প্ৰায় ১৪ হাজাৰ পৃষ্ঠাৰ চতুৰ্থখন অতিৰিক্ত চাৰ্জশ্বীট দাখিল কৰিছে। পটিয়ালা হাউচ কোৰ্টে এই চাৰ্জশ্বীটখন গ্ৰহণ কৰি গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২৯ মে ধাৰ্য কৰিছে। আৰক্ষীৰ মতে এই নতুন চাৰ্জশ্বীটত নতুন প্ৰমাণ, ম’বাইল আৰু ডিজিটেল তথ্যকে ধৰি বহুতো গুৰুত্বপূৰ্ণ সমল অন্তৰ্ভুক্ত কৰা হৈছে।

দিল্লী আৰক্ষীৰ এই চাৰ্জশ্বীটত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাখনো ধাৰাৰ লগতে ইউএপিএৰ দৰে গুৰুতৰ ধাৰাও লগোৱা হৈছে। শুনানিৰ সময়ত নীলম আজাদ আৰু মহেশ কুমাৱত জামিনত আদালতত হাজিৰ হয়। আনহাতে মনোৰঞ্জন ডি, অমোল, সাগৰ শৰ্মা আৰু ললিত ঝাক কাৰাগাৰৰ পৰা আদালতলৈ অনা হয়। তদন্তকাৰী দলে আদালতত চাৰ্জশ্বীট জমা দিয়ে আৰু ইয়াৰ এটা কপি পেন ড্ৰাইভৰ জৰিয়তে অভিযুক্ত আৰু তেওঁলোকৰ অধিবক্তাসকলক প্ৰদান কৰা হয়।

Apply Now

এই গোচৰৰ অভিযুক্ত আজাদ আৰু অমোল ধনৰাজৰ পক্ষৰ অধিবক্তাসকলে এই নতুন চাৰ্জশ্বীট দাখিল কৰাক লৈ আপত্তি দৰ্শায়। তেওঁলোকৰ যুক্তি আছিল যে এই গোচৰৰ অভিযোগক লৈ পূৰ্বৰে পৰা দীঘলীয়া বিতৰ্ক চলি আছে আৰু এনে সময়ত পুনৰ চাৰ্জশ্বীট দাখিল কৰাটো আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ। ইয়াৰ উপৰিও অভিযুক্ত পক্ষই চাৰ্জশ্বীটৰ হাৰ্ড কপিও দাবী কৰে, যাৰ উত্তৰত চৰকাৰী পক্ষই পৰৱৰ্তী শুনানিৰ দিনা এই কপি যোগান ধৰাৰ কথা কয়।

এই সমগ্ৰ ঘটনাটো ২০২৩ চনৰ ১৩ ডিচেম্বৰৰ আছিল, যেতিয়া সংসদৰ ভিতৰে-বাহিৰে সুৰক্ষাৰ এক ডাঙৰ ত্ৰুটি দেখা গৈছিল। সেইদিনা লোকসভাৰ বৈঠক চলি থকাৰ সময়তে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি নামৰ দুজন যুৱক দৰ্শকৰ গেলাৰীৰ পৰা তললৈ জপিয়াই পৰে আৰু হালধীয়া ৰঙৰ ধোঁৱা বিয়পাই দিয়ে। ঠিক একে সময়তে সংসদ ভৱনৰ বাহিৰত নীলম আজাদ আৰু অমোল নামৰ দুজন ব্যক্তিয়ে ৰং-বিৰঙী ধোঁৱা উৰুৱাই শ্লোগান দিছিল। তদন্তকাৰী সংস্থাসমূহৰ মতে এই সমগ্ৰ পৰিকল্পনাৰ আঁৰৰ মূল ব্যক্তি আছিল ললিত ঝা, যিয়ে ঘটনাৰ পিছত প্ৰমাণ নষ্ট কৰিবলৈ বন্ধুসকলৰ ম’বাইল ফোনসমূহ লুকুৱাই থৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd