• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি কৃষক সংগঠনৰ ভাৰত বন্ধৰ আংশিক প্ৰভাৱ দেখা গ’ল মহানগৰীত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 8, 2020 11:05 am
WhatsApp Image 2020-12-08 at 10.46.16 AM

মঙলবাৰে কৃষক সংগঠনৰ ভাৰত বন্ধত দিছপুৰ ছুপাৰ মাৰ্কেটৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত নপৰিল ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। দেখা গ’ল কৃষক সংগঠনে দিয়া বন্ধৰ আংশিক প্ৰভাৱ।

আজি কৃষকৰ বিভিন্ন দল-সংগঠনে দিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ নপৰিল গুৱাহাটীত।

Apply Now

গুৱাহাটীত ৰাইজৰ সাধাৰণ জীৱন যাপন অব্যাহত থাকিল যদিও বন্ধ থাকিল কিছু সংখ্যক দোকান পোহাৰ। চুপাৰ মাৰ্কেট, গণেশগুৰিত দোকান পোহাৰ সম্পূৰ্ণ খোলা আছে।

আনহাতে, দেখিবলৈ পোৱা নগ’ল ব্যক্তিগত চিটি বাছৰ চলাচল। বন্ধ আছে ওলা -উবেৰ সেৱা।

আনহাতে, ব্যক্তিগত বাহন, দুচকীয়া বাহন, অটোৰিক্সা  চলি আছে।

পেট্ৰল পাম্প সমূহ খোলা আছে আৰু চৰকাৰী চিটি বাছ সেৱাৰ চলাচল অব্যাহত আছে।

কৃষি আইন বাতিলৰ বাবে দেশজুৰি দিয়া ভাৰত বন্ধৰ প্ৰভাৱ অন্য ঠাইত সৰ্বাত্মক ৰূপত পৰা দেখিবলৈ পোৱা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm
২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

October 20, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd