DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজুলীবিহীন গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লত নিশা সহস্ৰাধিক যাত্ৰীৰ হাহাকাৰ

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
June 18, 2019 6:40 am
VideoCapture_20190617-215118

ফটো : নৰ্থইষ্ট নাও

2.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কিমান সুৰক্ষিত ৰেল যাত্ৰী? প্ৰকৃততে নিশা ৰে’ল যাত্ৰাৰ বাবে সুৰক্ষিতনে মহিলা তথা শিশু যাত্ৰী? সোমাবাৰে নিশা মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ ৰে’লত সংঘটিত এটি বিশেষ ঘটনাৰ বিষয়ে অৱগত হ’লে হয়তো আপুনিও অনুভৱ কৰিব পাৰিব প্ৰকৃততে ৰে’ল মন্ত্ৰালয়ে দাবী কৰি অহাৰ ধৰণৰে সুৰক্ষিত হোৱা নাই ৰে’ল যাত্ৰা, বিশেষকৈ মহিলা আৰু শিশুৰ বাবে।

সোমাবাৰে গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’ল খনত নিশা পোহৰ নোহোৱাৰ বাবে হাহাকাৰ লাগিল যাত্ৰী সকলৰ মাজত।

VideoCapture_20190617-214949
ফটো : নৰ্থইষ্ট নাও

প্ৰায় পাঁচ বজাত গুৱাহাটী এৰা ৰে’লখনত বিজুলীবাতিৰ সংযোগ অতি উদ্বেগজনক ভাবে ব্যাহত হোৱাৰ বাবে গুৱাহাটীৰ পৰা চামগুৰি পৰ্য্যন্ত অন্ধকাৰছন্ন হৈ আহিল ৰে’লখনৰ প্ৰায় দহটাকৈ ডবা। চৰম বিপদ আশংকাৰ মাজত যাত্ৰা কৰিবলৈ বাধ্য হ’ল শিশু আৰু মহিলাসহ প্ৰায় সহস্ৰাধিক যাত্ৰীয়ে।

আনহাতে, দৈনিক একাধিক মহিলা যাত্ৰীয়ে পৰিভ্ৰমণ কৰা ৰে’লখনৰ প্ৰায় বোৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ৰ তথৈবচ অৱস্থাৰ লগতে ক্ষুব্ধ ৰে’ল যাত্ৰী সকলে ৰে’ল যাত্ৰীৰ সুৰক্ষাক চৰম উপলুঙা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংশ্লিষ্ট ৰে’ল বিভাগৰ বিৰুদ্ধে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd