• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ যাত্ৰীবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড; ষ্টেচনত আতংকিত হৈ দৌৰাদৌৰি যাত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 11:40 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ৰাজধানী এক্সপ্ৰেছৰ পিছত এইবাৰ বিহাৰত এখন যাত্ৰীবাহী ৰে’লত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সোমবাৰে পুৱা বিহাৰৰ ৰোহতাছ জিলাৰ চাচাৰাম ষ্টেচনত যাত্ৰীবাহী ৰে’লৰ দবাত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত বহু যাত্ৰী আছিল।

অৱশ্যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে তেওঁলোক ৰে’লৰ পৰা নামিবলৈ সক্ষম হয়। ফলত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি চাচাৰামৰ পৰা পাটনা অভিমুখী এই যাত্ৰীবাহী ৰে’লখন ৬ নং প্লেটফৰ্মত ৰখি আছিল। সেই সময়তে হঠাতে ৰে’লখনত জুই লাগে। কথাটো লক্ষ্য কৰাৰ লগে লগে যাত্ৰীসকলে খৰখেদাকৈ ৰে’লৰ পৰা নামিবলৈ ধৰে।

নিমিষতে জুইয়ে বিধ্বংসী ৰূপ লয়। ৰে’ল ডবা জ্বলিবলৈ ধৰে। যাত্ৰীসকলৰ আতংকিত চিঞৰ-বাখৰৰ মাজতে আৰ পি এফ আৰু ৰে’লৱে কৰ্মীসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। তেওঁলোকে বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ৰে’লৱেৰ সূত্ৰ অনুসৰি এই অগ্নিকাণ্ডত এটা ডবা সম্পূৰ্ণৰূপে ধ্বংস হয়। আন এটা ডবাৰো ক্ষতিসাধন হয়।

প্ৰাৰম্ভিক তদন্তত ৰে’লৱেই অনুমান কৰিছে যে শ্বৰ্ট চাৰ্কিটৰ বাবে জুইৰ সূত্ৰপাত হ’ব পাৰে। অৱশ্যে দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ ৰে’ল কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। ৰে’ল কৰ্তৃপক্ষৰ মতে, ঘটনাৰ পিছতে যাত্ৰীসকলক তাৰ পৰা শীঘ্ৰে উলিয়াই নিনিলে পৰিস্থিতি ভয়াৱহ হ’লহেঁতেন।

Sasaram, Bihar – A major fire broke out in one of the passenger coaches of the Patna Fast Passenger Train at Sasaram railway station on Platform No. 6, completely gutting the coach in a dramatic incident that could have turned tragic pic.twitter.com/9A2Nt4Yzfp

— NextMinute News (@nextminutenews7) May 18, 2026

উল্লেখ্য যে দেওবাৰে পুৱা তিৰুৱনন্তপুৰম-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ এ চি ডবাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। মধ্যপ্ৰদেশৰ লুনি ৰিচা আৰু বিক্ৰমগড় আলোট ষ্টেচনৰ মাজত সংঘটিত হৈছে এই ঘটনা। তীব্ৰ অগ্নিকাণ্ডৰ ফলত ৰে’লৰ ভিতৰত উত্তেজনা বিয়পি পৰে। একাংশ যাত্ৰীয়ে খৰখেদাকৈ চলন্ত ৰে’লৰ পৰা জপিয়াই যাবলৈ চেষ্টা কৰিছিল।

ৰে’লৰ গাৰ্ডে ততাতয়াকৈ লোকো পাইলটক খবৰ দিয়ে। ইয়াৰ পিছত জৰুৰীকালীন ভিত্তিত ৰে’লখন ৰখাই দিয়া হয়। যুদ্ধকালীনভাৱে উদ্ধাৰৰ কাম আৰম্ভ হয়। সেই ঘটনাৰ পিছত ৰে’লত আন এক অগ্নিকাণ্ডৰ ঘটনাই যাত্ৰী নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm
ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd