• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ, নামঘৰক লৈ দৰঙৰ আদালতত কি ক’লে পতঞ্জলিৰ যোগগুৰু বৰালে?

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
October 11, 2018 7:06 pm
satinath baral patanjali

দৰং আৰক্ষীৰ কব্জাত সতীনাথ বৰাল। ছবি- নৰ্থ ইষ্ট নাও।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে অসমৰ বৈষ্ণৱ সমাজৰ ধৰ্ম চৰ্চা, ৰীতি-নীতি সন্দৰ্ভত পতঞ্জলিৰ যোগগুৰু সতীনাথ বৰালে কৰা মন্তব্য আছিল অজ্ঞতাজনিত।

অজ্ঞতা স্বীকাৰ কৰি নিজৰ অসম-জ্বলোৱা মন্তব্যৰ বাবে দৰঙৰ জিলা আদালতত বৃ্হস্পতিবাৰে ক্ষমা প্ৰাৰ্থনা কৰিছে পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ বাসিন্দা যোগগুৰু বৰালে।

Apply Now

দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে নৰ্থ ইষ্ট নাও-ত এই কথা সদৰী কৰি জনাই যে যোগগুৰুগৰাকীক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

“আৰক্ষীৰ জিম্মাত আমি তেওঁক বিচৰা নাছিলো। তেওঁ আদালতত ক্ষমা প্ৰাৰ্থনা কৰিছে। আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে,” জনাইছে আৰক্ষী অধীক্ষকগৰাকীয়ে।

আৰক্ষী বিষয়াজনে লগতে জনাই যে পৰৱৰ্তী সময়্ত প্ৰয়োজনসাপেক্ষে বৰালক আৰক্ষীয়ে জিম্মাত বিচাৰিব।

লগতে পঢ়ক– ক’লকাতাত অসম আৰক্ষীৰ কব্জাত পতঞ্জলিৰ যোগ প্ৰশিক্ষক বৰাল

যোগগুৰুগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে দৰং সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১০৯/ ১৫৩ (এ’)/ ২৯৫ (এ’)/ ২৯৮ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰ (৭২০/২০১৮)ত বৰালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এই গোচৰটোৰ উপৰি দৰং সদৰ থানাত যোগগুৰুগৰাকীৰ বিৰুদ্ধে আৰু ৩টা গোচৰো ৰুজু হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।

যোগ শিবিৰটোৰ আয়োজক প্ৰহ্লাদ দাস নামৰ লোকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁ ইতিমধ্যে জামিন লাভ কৰিছে।

লগতে পঢ়ক– শংকৰদেৱ আৰু অসমীয়া জাতিক লৈ উপলুঙা পতঞ্জলিৰ যোগ নিৰীক্ষকৰ

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে বৃ্হস্পতিবাৰে পুৱা ক’লকাতাৰ হাওৰাৰ পৰা বৰালক দৰং আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰাৰ পিছত বিমানেৰে অসমলৈ আনি তেওঁক আদালতত হাজিৰ কৰোৱা হয়।

পতঞ্জলিৰ ফালৰ পৰা আৰক্ষীয়ে তদন্তত সম্পূৰ্ণ সহযোগিতা লাভ কৰিছে বুলিও সদৰী কৰিছে টিয়ে।

জিলাখনৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ভেৰুৱা গাঁৱত যোৱা ২৫ৰ পৰা ২৯ ছেপ্তেম্বৰলৈকে আয়োজিত এক যোগ শিবিৰত বৰালে কৰা মন্তব্যই অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বৰালৰ বিতৰ্কিত মন্তব্যৰ পিছতে অসমজুৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ, সত্ৰ সমাজ, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদ কৰিছিল।

বৰালৰ বিৰুদ্ধে দৰং আৰু গুৱাহাটীৰ দিচপুৰ থানাৰ লগতে অসমৰ আন কেইবাঠাইতো কেইবাটাও গোচৰ ৰুজু হৈছিল।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd