• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ আছু কৰ্মীক প্ৰাণে মৰাৰ ভাবুকি বিজেপিৰ মহিলা মৰ্চাৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
January 24, 2019 8:36 pm
PicsArt_01-24-07.45.41
411
VIEWS
Share on FacebookShare on Twitter

আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয় সম্পাদক দ্বীপ গাংগুলিৰ ঘৰত মাক দেউতাক নথকা অৱস্থাত তেওঁৰ কনিষ্ঠ ভাতৃক ভাৰতীয় জনতা পাৰ্টীৰ ছয়জনমান মহিলা কৰ্মীয়ে গৈ প্ৰাণে মৰা ভাবুকি প্ৰদান কৰাৰ লগতে অশ্লীল ভাষাৰে গালি গালাজ পাৰে। লগতে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি থাকিলে গাঁৱৰ পৰা খেদি পঠোৱাৰো ভাবুকি প্ৰদান কৰে।

এই সন্দৰ্ভত বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমুদ্ৰ পাটগিৰিয়ে এখন সংবাদমেল যোগে ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলা সমিতিৰ যদি সৎ সাহস আছে তেতিয়া হ’লে এনেকৈ চোৰৰ দৰে মানুহ নোহোৱাত ‘আছু’ কৰ্মীৰ ঘৰত গৈ দম দি যি প্ৰতিবাদী কণ্ঠ নোহোৱা কৰিব বিচাৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

লগতে এনেকৈ যদি প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে ‘আছু’ কৰ্মীৰ ঘৰত গৈ ভয় ভাবুকি প্ৰদান কৰে তেতিয়া হ’লে ইয়াৰ অৱস্থা ভয়াৱহ হ’ব বুলি সকীয়াই দিয়ে। হিমন্ত বিশ্ব শৰ্মাই পাঠশালাত মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি ক’লা পতাকা দেখুৱা লোকসকল ভাড়াতীয়া বুলি কোৱা কথাৰ প্ৰত্যুত্তৰ দি কয় যে আন ঠাইৰ মানুহ এজন যদি আন ঠাইত আহি বিধায়ক হ’ব পাৰে তেতিয়া হ’লে বিভিন্ন স্থানৰ পৰা পঢ়িব অহা ছাত্ৰ ছাত্ৰীয়ে কিয় ক’লা পতাকা দেখুৱাব নোৱাৰে।

আনহাতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয় সম্পাদক দ্বীপ গাংগুলিয়ে কয়, ‘‘বিজেপি চৰকাৰে যিমানেই প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ ভয় নেদেখুৱাক কিয় মই এজন খিলঞ্জীয়া বাঙালী হিচাপে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি আহিছিলোঁ, কৰি আছো আৰু কৰি যাম।’’

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd