DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চ ৰক্ত চাপত ভোগা ৰোগীৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যুৰ সম্ভাৱনা অধিক; গৱেষণাত প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2020 8:16 pm
642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

724
VIEWS
Share on FacebookShare on Twitter

উচ্চ ৰক্ত চাপত ভোগা লোকসকলৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ অধিক আশংকা থাকে বুলি গৱেষক সকলে মত ব্যক্ত কৰিছে।

য়ুৰোপৰ হাৰ্ট জাৰ্ণেলত প্ৰকাশিত এক গৱেষণা পত্ৰত যিসকল উচ্চ ৰক্ত চাপত ভোগা ৰোগীয়ে উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰণৰ বাবে কোনোধৰণৰ ঔষধ ব্যৱহাৰ নকৰে সেইসকল লোকৰ কোভিড-১৯ৰ সংক্ৰমণত প্ৰাণ হানি হোৱাৰ সম্ভাৱনা আৰু অধিক বুলি প্ৰকাশ পাইছে।

উচ্চ ৰক্ত চাপত ভুগি থকা ৰোগী সকলে কোভিড-১৯ৰ সংক্ৰমণৰ সময়ত অধিক সচেতনতা অৱলম্বন কৰা উচিত বুলিও গৱেষক সকলে উল্লেখ কৰিছে।

চীন আৰু আয়াৰলেণ্ডৰ গৱেষক সকলেও য়ুহান চহৰৰ ২৮৬৬ গৰাকী ক’ৰ’না আক্ৰান্ত উচ্চ ৰক্ত চাপ থকা ৰোগীৰ ওপৰত গৱেষণা চলায় তেওঁলোকৰ কোভিড-১৯-ৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ হাৰ সাধাৰণ ৰোগীৰ তুলনাত বেছি বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিদেশী গৱেষকৰ লগতে ভাৰতৰ চিকিৎসক সকলেও উচ্চ ৰক্ত চাপ আৰু মধুমেহত ভুগি থকা লোক সকলক কোভিড-১৯ ৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বনৰ উপদেশ দিছে।

Recent News

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd