• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘লাডাখৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতো শান্তি আৰু বুজাপৰা সম্ভৱ’ : চাইনা ডেইলীৰ দাবী

দুই পক্ষৰ মাজত জয় পৰাজয়ৰ ধাৰণা এটাৰ সৃষ্টি নহওক বুলি চীনে মৃত সৈনিকৰ সংখ্যা প্ৰকাশ কৰা নাই!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 11:51 am
image.jpgrtt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ হোৱাৰ পিছতো শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখাৰ সম্ভৱ বুলি আশা প্ৰকাশ কৰিছে চীনৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰচাৰ বিভাগৰ পত্ৰিকা চাইনা ডেইলীএ।

প্ৰত্ৰিকাখনৰ ৱেবচাইত প্ৰকাশিত সম্পাদকীয়ত কোৱা হৈছে লাডাখৰ উক্ত ৰক্তক্ষয়ী সংঘৰ্ষত মাৰণাস্ত্ৰও ব্যৱহাৰ হোৱা নাছিল।

Apply Now

সেয়ে বেইজিঙৰ সদিচ্ছা থাকিলে শান্তি আৰু স্থিতাৱস্থা বাহাল ৰাখি ডেমেজ কন্ট্ৰল কৰা এতিয়াও সম্ভৱ বুলি দাবী চাইনা ডেইলীৰ।

চাইনা ডেইলীৰ দাবী যে সীমান্তৰ বিবাদ মীমাংসাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ চীনে আলোচনাৰ আৰম্ভণিৰ পৰাই গুৰুত্ব দি আহিছে।

এই কথা চীন বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ বৈদশিক মন্ত্ৰীক টেলিফোনিক বাৰ্তালাপত জনাইছে বুলি দাবী কৰিছে প্ৰত্ৰিকাখনে।

ইফালে শান্তি আৰু বুজাপৰাৰ বাৰ্তা দিলেও গালৱান উপত্যকাৰ সংঘৰ্ষৰ বাবে চীনে ভাৰতক দোষাৰোপ কৰি আহিছে।

চাইনা ডেইলীএ লিখিছে, “চীন সেনাৰ ওপৰত আক্ৰমণ কৰি ভাৰতীয় সেনাই দুবাৰকৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আতিক্ৰম কৰিছে।”

চীনৰ বৈদেশিক মন্ত্ৰীয়ে এই কথা ভাৰতৰ বৈদেশিক মন্ত্ৰীক অৱগত কৰা বুলি উল্লেখ কৰিছে চাইনা ডেইলীএ।

অৱশ্যে সংঘৰ্ষৰ পৰা দুয়োপক্ষক সংযত আৰু সতৰ্ক হোৱাৰো আহ্বান দিছে চাইনা ডেইলীএ।

আনহাতে অতি কৌশলপূৰ্ণভাৱে চাইনা ডেইলীএ উল্লেখ কৰিছে যে দুই পক্ষৰ মাজত জয় পৰাজয়ৰ ধাৰণা এটাৰ সৃষ্টি নহওক বুলিয়ে চীনে তেওঁলোকৰ মৃত্যু হোৱা সৈনিকৰ সংখ্যা প্ৰকাশ কৰা নাই।

চাইনা ডেইলীৰ এই সম্পাদকীয় যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

কাৰণ বাস্তৱক্ষেত্ৰত চাইনা ডেইলীক চীন চৰকাৰৰ কণ্ঠস্বৰ বুলি কূটনৈতিক মহলে দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd