• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পানীখাইতী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কম্পাউণ্ডাৰে আগবঢ়ায় চিকিৎসা সেৱা

বিজেপি চৰকাৰৰ 'সব কা সাথ, সবকা বিকাশ শ্লোগান'ৰ বাস্তৱ ৰূপ

মুকুট দাস by মুকুট দাস
October 29, 2018 9:10 pm
IMG_20181029_180851
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী চিকিৎসকলৰ অভাৱত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ পানীখাইতী এলেকাৰ প্ৰায় ২২খন ৰাজহ গাঁৱৰ ৰাইজে এগৰাকী কম্পাউণ্ডাৰৰ পৰা চিকিৎসা সেৱা গ্ৰহণ কৰিবলগীয়া হৈছে। পানীখাইটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এগৰাকীও চিকিৎসক নথকা হেতুকে ৰাইজে দীৰ্ঘদিন ধৰি কম্পাউণ্ডাৰৰ পৰাই চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে।

এই স্বাস্থ্যকেন্দ্ৰটোক একমাত্ৰ চিকিৎসকগৰাকীয়ে যোৱা ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছে আৰু তাৰ পাছত ইয়াত এগৰাকীও স্থায়ী চিকিৎসক মকৰল কৰা হোৱা নাই।

Apply Now

উল্লেখ্য যে ২০১৭ চনত এই স্বাস্থ্যকেন্দ্ৰটোত ৩গৰাকী চিকিৎসক আছিল। তাৰোপৰি, চিকিৎসকলৰ বাবে নিৰ্মিত আৱাসসমূহো জৰাজীৰ্ণ হৈ পৰিছে।

Screenshot_2018-10-29-18-06-36-94 (1)
চিকিৎসালয়খনৰ এম্বুলেন্সখনৰ অৱস্থা

দিচপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীখাইটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৱে গেৰুৱা দলটোৰ বিকাশৰ শ্লোগানৰ আগত এটা বিৰাট প্ৰশ্ন চিহ্ন ঠিয় কৰাইছে।

পানীখাইটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ওচৰৰ পানবাৰী গাঁৱৰ বাসিন্দা নৃপেন চন্দ্ৰ ডেকাই প্ৰশ্ন কৰে, দিচপুৰ সমষ্টিৰ অন্তৰ্গত সমষ্টিৰে যদি এনে অৱস্থা, তেন্তে ৰাজ্যখনৰ ভিতৰুৱা এলেকাৰ স্বাস্থ্যসেৱা কেনে অৱস্থা হ’ব?

তেওঁ স্বাস্থ্যকেন্দ্ৰটোত এগৰাকী স্থায়ী চিকিৎসক মকৰল কৰাৰ দাবী জনায়।

নাম প্ৰকাশত অনিচ্ছুক ঠাকুৰকুছি গাঁৱৰ এগৰাকী ৬০বছৰীয়া লোকে নৰ্থ ইষ্ট নাওৰ আগত কৈছে, ‘‘চিকিৎসকৰ পদটো খালি হোৱাৰ পৰাই কম্পাউণ্ডাৰ হাছান আলীয়ে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।

তেতিয়াই আমি পানীখাইটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ যাওঁ তেতিয়া আমি সঠিক চিকিৎসা লাভ নকৰোঁ। যদিওবা কম্পাউণ্ডাৰগৰাকীয়ে নিদান দিয়ে আমাৰ শংকা দূৰ নহয়।’’

তাৰোপৰি, আছুৰ চন্দ্ৰপুৰ আঞ্চলিক গোটৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাসে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এগৰাকী স্থায়ী চিকিৎসক অনতিপলমে মকৰল কৰাৰ দাবী জনায়।

Quarter constructed for doctor of Panikhaiti Mini PHC
চিকিৎসালয়খনৰ কৰ্মচাৰী আৱাসৰ ৰূপ

উল্লেখ্য যে যোৱা ২২ অক্টোবৰত ৰাইজৰ হেঁচাত প্ৰায় ৪ কি:মি: নিলগৰ হাতীবগৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসা বিষয়া মুনটী ভট্ৰাচাৰ্যক পানীখাইটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ অস্থায়ী দায়িত্ব প্ৰদান কৰা হৈছে।

আনহাতে, ১৯৮৯ৰ পৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত কৰ্মৰত চকীদাৰগৰাকীয়ে কৈছে চিকিৎসকগৰাকীয়ে সপ্তাহৰ ২ বা ৩ দিনহে উপস্থিত থাকে। যিটো স্বাস্থ্য প্ৰশিক্ষক বিকে গোস্বামীৰ ভাষ্যৰ সম্পূৰ্ণ বিপৰীত।

এই ক্ষেত্ৰত স্বাস্থ্য বিষয়া মুনটী ভট্টাচাৰ্য, স্বাস্থ্য প্ৰশিক্ষক বিকে গোস্বামী, কম্পাউণ্ডাৰ হাছান আলীয়ে কেমেৰাৰ আগত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

নৰ্থ ইষ্ট নাওৰ সৈতে হৱা বাৰ্তালাপত এগৰাকী স্থানীয় বাসিন্দা মদন কলিতাই কয়, ‘‘এই সমস্যৰ সমাধান এগৰাকী অস্থায়ী চিকিৎসক নহয়, যিহেতু এই অঞ্চলৰ ৰাইজ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈ দৌৰি যোৱাটো সম্ভৱ নহয়।

পানীখাইটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো অসম গণ পৰিষদ চৰকাৰৰ তদানিন্তন গড়কাপ্তানি মন্ত্ৰী অতুল বৰাই ১৯৮৯ চনৰ ২৭ মাৰ্চত উদ্বোধন কৰিছিল।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd