• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধেয়কৰ বিৰোধিতাৰ মাজতে ভোগালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
January 14, 2019 6:52 am
595
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনীয় বিধেয়ক ২০১৬ৰ বিৰোধিতাত সমগ্ৰ ৰাজ্যখনৰ পৰিবেশ উত্তাল হৈ আছে যদিও তাৰ মাজতে অসমীয়াৰ চেনেহৰ ভোগালী বিহুটোক আদৰাৰ ব্যাপক প্ৰস্তুতিও চলাইছে ৰাজ্যবাসীয়ে।

ৰাজ্যখনত পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি দিনা অৰ্থাৎ আজি পালন কৰা হ’ব ভোগালী বিহু। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ উপৰিও গৌৰীসাগৰ অঞঅচলৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ প্ৰস্তুতিক লৈ ব্যাপক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিলেও ভোগালীৰ আনন্দত যেন কোনেও বাধা দিব পৰা নাই। গৌৰীসাগৰ দৈনিক বজাৰত বিভিন্ন ঠাইৰ পৰা অহা শাকপাচলি উভেনদী হৈ পৰাৰ লগতে দিখৌমুখৰ ব্ৰহ্মপুত্ৰ আদিৰ চাপৰিৰ পৰা অহা গাখীৰ আৰু মাছ আদিৰ বাবে বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

আনহাতে গৌৰীসাগৰৰ সমীপৰ আইলাহাবি গাঁৱৰ ৰাইজেও ভোগালী বিহুটোক আদৰাৰ ব্যাপক প্ৰস্তুতিৰে সাজি উলিয়াইছে ৰংঘৰ আৰ্হিৰ এটা বৃহৎ ভেলাঘৰ। গাওঁখনৰ যুৱ সমাজৰ উদ্যোগত ঐতিহাসিক জেৰেঙা পথাৰৰ বুকুত সাঁজি উলিয়াইছে এছিয়াৰ প্ৰথমটো পেভেলিয়ন ৰংঘৰ আৰ্হিৰ উক্ত ভেলাঘৰটো। পোন্ধৰ দিনৰ পূৰ্বৰে পৰা নিৰ্মাণ কাৰ্য চলোৱা উক্ত ভেলাঘৰটোৰ উপৰিও যুৱ সমাজে সাঁজি উলিয়াইছে এটা বৃহৎ মেঁজি।

গাওঁখনৰ এশ ঘৰতকৈ অধিক পৰিয়ালে উৰুকা নিশা মেজিৰ ভোজ ভাত খোৱাৰ পিছত পৰম্পৰাগত বিভিন্ন খেল-ধেমালি আদিও পুৰুষ-মহিলা, ল’ৰা-ছোৱালীৰ মাজত অনুষ্ঠিত কৰাৰ বাবেও প্ৰস্ততি চলাইছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd