• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছক নস্যাৎ কৰিছে জনসাধাৰণে : ৰাজ্যিক বিজেপি নেতা দিলীপ শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 12, 2018 7:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কংগ্ৰেছৰ দুৰ্গ উৎখাত হৈছে। গহপুৰত ৰিপুন বৰা ধুলিসাৎ হৈ গৈছে।‘ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক এইদৰে আজি কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।

আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদ মাধ্যৰ আগত মন্তব্য কৰি কয় যে, ‘জনসাধাৰণে কংগ্ৰেছ দলক নস্যাৎ কৰিছে।’ লগতে শইকীয়াই চাহ বাগিচা অঞ্চলসমূহত, সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিয়ে ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে বুলিএ কয়।

Apply Now

আনহাতে সাধাৰণ সম্পাদক গৰাকীয়ে অগপ দলকো সমালোচনা কৰি, ‘অসমৰ জনসাধাৰণে অগপক নস্যাৎ কৰিছে’ বুলি কয়।

লগতে তেওঁ কয় যে প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্ত, বৃন্দাবন গোস্বামী, সত্যব্ৰত কলিতা, পবিন্দ্ৰ ডেকা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে আশা কৰাতকৈয়ো অধিক ভাল ফলা-ফল পাবলৈ সক্ষম হৈছে।

‘শক্তিশালী বিজেপি সমৃদ্ধিশালী অসম’ এই মন্ত্ৰৰে বিজেপি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বুলি সংবাদ মাধ্যমৰ আগত শইকীয়াই মন্তব্য কৰে।

তাৰোপৰি ‘বিকশিত গ্ৰাম্যাঞ্চল, দুৰ্নীতি মুক্ত পঞ্চায়ত’ শ্ল’গান গাঁৱৰ ৰাইজে আঁকোৱালি লৈছে বুলি মন্তব্য কৰি শইকীয়াই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী ফলাফলৰ বৰ্তমানৰ প্ৰাৰম্ভিক স্থিতি শেষৰ পৰ্য্যায়লৈকে বৰ্তি থাকিব বুলি উল্লেখ কৰে।

আনহাতে উন্নয়নৰ ৰাজনীতিৰেই পঞ্চায়ত পৰ্য্যায়ৰ পৰা লোকসভা নিৰ্বাচনলৈকে বিজেপিয়ে সফলতা লাভ কৰিব বুলি শইকীয়াই দাবী কৰে।

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত ২৭০০০ ভাৰতীয় জনতা প্ৰাৰ্থীৰ ভিতৰত ২০০০০ হাজাৰেই জয় লাভ কৰি বিজেপি প্ৰথমস্থানত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে দাবী কৰে।

ইফালে কালি ঘোষিত ৫ ৰাজ্যৰ ফলাফলে লোকসভা নিৰ্বাচনত বিজেপি দলক প্ৰভাৱ নেপেলায় বুলিও সাধাৰণ সম্পাদক গাৰকীয়ে আজি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd