• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ আহ্বানৰ পাছতো গুৱাহাটীত বিক্ৰীৰ অনুমতি দিয়া নহ’ল ফটকা, জ্বলিল কেৱল চাকি-বন্তি

নুফুটিল ফটকা! হিমন্তৰ আহ্বানক আওকান মহানগৰবাসীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2020 6:11 pm
Himanta News
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেউজীয়া দীপাৱলী সেউজীয়া পৰিৱেশ। তাৰেই যেন এক পৰিবেশ দেখা গ’ল মহানগৰ গুৱাহাটীত।

সেউজ ন্যায়াধীকৰণ আৰু ৰাজ্য চৰকাৰে আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বিপৰীতে দীপাৱলীত ফটকা ফুটাই হিন্দু ধৰ্মাৱলম্বী লোকসকলক আনন্দ-উল্লাস কৰিবলৈ আহ্বান জনাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

যোৱা ১০ নৱেম্বৰৰ দিনা তেওঁ এক টুইটযোগে কৈছিল ‘অন্য ধৰ্মৰ দৰে হিন্দু ধৰ্মাৱলম্বী লোকৰো উৎসৱ উদযাপন কৰাৰ অধিকাৰ আছে। কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে আমি দীপাৱলী উদযাপনত কোনোধৰণৰ নিষেধাজ্ঞা বা বাধ্যবাধকতা ৰাখিব বিচৰা নাই। সকলোৱে ফটকাও ব্যৱহাৰ কৰিব পাৰিব।‘

কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে এইবাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিদিলে ফটকা বিক্ৰীৰ কোনোধৰণৰ অনুমতি।

সেয়েহে হিমন্তৰ আহ্বানৰ প্ৰতি আওকান কৰি কেৱল ৰঙ-বিৰঙী লাইট জ্বলাই মাটিৰ চাকি জ্বলাই আৰু ৰঙ্গুলী আঁকি মহানগৰবাসীয়ে দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হ’ল মহানগৰীৰ গুৱাহাটীত।

বাৰু যি কি নহওঁক, গ্ৰীণ দীপাৱলী উদযাপন কৰি মহানগৰ গুৱাহাটীৰ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰয়াস চলোৱা মহানগৰবাসীৰ এই পদক্ষেপ নিশ্চয়কৈ শলাগ ল’বলগীয়া।

লগতে পঢ়ক :  নিষেধাজ্ঞাৰ বিপৰীতে দিপাৱলীত ফটকা ফুটাই আনন্দ-উল্লাস কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখযোগ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১০ নৱেম্বৰত টুইট কৰাৰ কিছু সময় পূৰ্বেই অসম চৰকাৰে দীপাৱলীৰ সময়ত ৰাজ্যত ফটকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

দীপাৱলীৰ সময়ত ফটকা ব্যৱহাৰ নকৰিবৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশ পালন কৰি অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইয়াৰোপৰি, কোভিডৰ সংক্ৰমণৰ সময়ত প্ৰদূষণ সৃষ্টি নকৰাৰ উদ্দেশ্যে অসম চৰকাৰে গুৱাহাটীত ৩০ নৱেম্বৰ পৰ্যন্ত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত বাধা আৰোপ কৰিছিল।

লগতে অসম চৰকাৰে ৰাজ্যখনৰ নাগৰিকসকলক দীপাৱলীৰ দিনটোত ৮ বজাৰ পৰা ১০ বজালৈ প্ৰদূষণ সৃষ্টি নকৰা ফুলজাৰি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছিল।

এই নিৰ্দেশনাৰ পাছত মন্ত্ৰীগৰাকীয়ে বিপৰীত স্থিতি গ্ৰহণ কৰি সকলোকে ফটকা ফুটাই আনন্দ উল্লাস কৰিবলৈ আহ্বান জনোৱাটোৱেই সকলোকে আশ্চৰ্য্য কৰি তুলিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd