DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰজাঘৰৰ আশ্বাসত বন্দী জাঁজীমুখ; এখন দঙলৰ সপোন বাস্তৱ হ’বনে জাঁজীমুখবাসীৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2020 12:10 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

309
VIEWS
Share on FacebookShare on Twitter

এখন দলং বিচাৰি দশক দশক কাল পাৰ হৈছে যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ পাৰঘাট অঞ্চল। য’ত ৰজাঘৰৰ আশ্বাসেই হৈ ৰৈছে জনতাৰ সম্বল৷

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ জাঁজী আৰু বহ্মপুত্ৰৰ সংগম স্থলতেই অৱস্থিত এই পাৰঘাট৷ বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজ এনেকৈয়ে ভয়াবহভাৱে পাৰ হয় নদীৰ বুকুত।

কিন্তু ৰজাঘৰৰ চকু নপৰে জনতাৰ এই দুৰ্দশাত৷ প্ৰতিটো নিৰ্বাচনৰ আগত ৰাজনৈতিক নেতাৰ মুখত দলং বনোৱাৰ আশ্বাস, ৰাজপাতত বহাৰ পাছত সকলো অসাৰ৷

বান, গৰাখহনীয়াত বিধ্বস্ত নৈপৰীয়া জাঁজীমুখৰ অন্যতম এক সমস্যা হ’ল এই পাৰঘাটত এখন দলঙৰ অভাৱ৷

নৈৰ সিপাৰৰ জপং, বৰমথাউৰি,শগুনপৰা, ৰূপহীমুখকে আদি কৰি প্ৰায় ১০-১৫ খন গাঁৱৰ ৰাইজৰ বহি:জগতৰে যোগাযোগৰ অন্যতম মাধ্যম এখন টুলুঙা নাও৷

ৰজাঘৰীয়াক আবেদন নিবেদন কৰি ভাগৰি পৰা এই সকল ৰাইজ, কণ কণ ছাত্ৰ-ছাত্ৰীয়ে নিতৌ বিপদ সংকুল ভাৱেই টুলুঙা নাৱেৰে পাৰ হয় ভৰা নৈৰ বুুকু।

আকৌ নিৰ্বাচন আহিব, আকৌ প্ৰতিশ্ৰুতি দিব সেয়ে এইবাৰ ৰাইজো সাজু, নিৰ্বাচনৰ আগত দলং নিৰ্মাণ নহ’লে অনাগত নিৰ্বাচনত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ জাঁজীমুখৰ ৰাইজৰ।

এইসকল ক্ষোভিত জনতাক নিৰ্বাচনৰ প্ৰাক ক্ষণত শাসনাধিষ্ট চৰকাৰখনে কেনেদৰে সন্তুষ্ট কৰে সেয়া হ’ব লক্ষ্যণীয়।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd