• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ম্লান কৰিলে স্বাধীনতাৰ মূল্য; পতাকা তুলিবলৈ নাপালে আহৰি!

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
August 16, 2020 10:29 am
WhatsApp Image 2020-08-16 at 9.32.35 AM

১৫আগষ্টত ৰাষ্ট্ৰীয় পতাকা নুৰিল চামগুৰি ডাকঘৰত। ফটো: নৰ্থইষ্ট নাও

392
VIEWS
Share on FacebookShare on Twitter

দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰি ডাকঘৰত স্বাধীনতা দিৱস উদযাপন নকৰাৰ তথ্য পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে ৰাজ্যখনকে লজ্জানতা কৰা তথ্য পোহৰলৈ অহাত জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

চামগুৰি ডাকঘৰ কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীন কাণ্ডই সকলোকে আচৰিক কৰি তুলিছে।

জানিব পৰা মতে ডাকঘৰটোৰ বিষয়া গৰাকীৰ ঘৰ নগাঁও টাউনত। বিশ কিলোমিটাৰ নিলগৰ কাৰ্যালয়টোত স্বাধীনতা দিৱসৰ  দিনটোত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিব নোৱাৰাৰ অৰ্থ বুজিবলৈ চামগুৰিবাসীয়ে টান পাইছে।

কৰ্ম ষ্পৃহাৰ প্ৰতি যেন ১৫ আগষ্টৰ দিনটোত চামগুৰিস্থিত ডাকঘৰৰ বিষয়া-কৰ্মচাৰীৰ একো কৰিব লগীয়া নাই সেইটোহে অনুভৱ হৈছে ।

বৃহত্তৰ চামগুৰি অঞ্চলত অৱস্থিত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, স্কুল, কলেজ সমূহৰ একাংশ বিষয়া-কৰ্মচাৰী বহু দূৰ-দূৰণিৰ পৰা আহি স্বাধীনতা দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ বিপৰীতে চামগুৰি ডাকঘৰৰ বিষয়া-কৰ্মচাৰীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সময় উলিয়াব নোৱাৰ কাৰ্য্যই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত সংশ্লিষ্ট উৰ্দ্ধতম কৰ্তৃপক্ষই সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া চামগুৰিবাসীয়ে লক্ষ্য ৰাখিছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd