• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অ’এনজিচি পাইপেৰে বিষাক্ত গেছ নিৰ্গত; বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা হাঁহচৰা লাটুমগাওঁ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , August 20, 2020 3:06 pm

1 min read

20200820_130031

ফটো: নৰ্থইষ্ট নাও

311
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় দুই বজাত ডিমুৱাল তৈলক্ষেত্ৰৰ হাঁহচৰা লাটুম গাঁওত অৱস্থিত অ’এনজিচিৰ ১নং জিজিএচৰ পকা দেৱাল খহি তেল পৰিবাহী পাইপেৰে অহৰহ বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত ভয়ংকৰ শব্দৰ সৃষ্টি হয়।

পুৱতি নিশা ডিমুৱাল ১নং জিজিএচত সংঘটিত এই ভয়ংকৰ ঘটনাই আতংকিত কৰি তোলে শিৱসাগৰ হাঁহচৰা  লাটুম গাওঁবাসীক।

এই ঘটনাৰ পিছতেই পুৱতি নিশাই লাটুম গাঁওবাসীয়ে নিৰাপত্তাৰ বাবে শোৱাপাটী এৰি পথৰ কাষত আশ্ৰয় লয়।

প্ৰায় ১ঘণ্টা সময় ধৰি নিৰ্গত হয় এই বিষাক্ত গেছ। অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে এই বিষাক্ত গেছ নিয়ন্ত্ৰণ কৰে।

অ’এনজিচি অধীনৰ এই ১নং জিজিএছত ইয়াৰ কিছু বছৰ পূৰ্বেও ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছিল কিন্তু অ’এনজিচি কৰ্মচাৰীৰ অৰ্কমণ্যতা, ১নং জিজিএচত কৰ্মৰত অ’এনজিচি কৰ্মচাৰীৰ হেমাহিৰ বাবে পুনৰ শিৱসাগৰৰ হাঁহচৰা লাটুম গাওঁত এনেদৰে পুৱতি নিশা অহৰহ নিৰ্গত হয় বিষাক্ত গেছ।

যদিও এই বিষাক্ত গেছ নিৰ্গত হোৱা ঘটনা নিয়ন্ত্ৰলৈ আহে বৰ্তমানলৈকে ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈ আছে।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd