• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হাফলঙত প্ৰতিবাদী সমদল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 17, 2019 7:13 am
IMG20191216113659

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সোমবাৰে হাফলঙত প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সোমবাৰে হাফলঙত প্ৰতিবাদী সমদল উলিয়ায় অল ডিমাচা ষ্টুডেন্ট য়ুনিয়নকে ধৰি ডিমাচা উইমেন ছচাইটি আৰু ডিমাচা মাডাৰ্চ এছ’চিয়েছনে। এই প্ৰতিবাদত পৰোক্ষভাৱে সহযোগ কৰে ডিমা হাচাও কংগ্ৰেছে।

প্ৰতিবাদী সমদলটো হাফলং ফিল্ডৰ পৰা ওলাই সম্বুধন ৰ’টাৰি আৰু চিনোড ৰ’টাৰি হৈ চহৰৰ ৰাজপথ পৰিক্ৰমা কৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সম্মুখেৰে গৈ পৰিষদ ৰটাৰি পাৰ হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত সামৰণি পৰে।

Apply Now

হাতে হাতে প্লেকাৰ্ড লৈ সহস্ৰাধিক পুৰুষ-মহিলা, যুবক-যুবতীসকলে সমদলত ভাগ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে।

প্ৰতিবাদকাৰীসকলে কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়নি দিয়ে।

তদুপৰি ‘বিজেপি চৰকাৰ গো ব্যাক’, ‘অমিত শ্বাহ গো ব্যাক’,’অসমত দিল্লী চৰকাৰৰ গুণ্ডাগিৰি নচলিব ‘ ইত্যাদি শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে।

সমদলত হাফলঙৰ কংগ্ৰেছ পৰিষদ সদস্য ড্যানিয়াল লাংথাচা,গৰমপানীৰ কংগ্ৰেছ পৰিষদ সদস্য জে এছ দ্ৰুঙ,কংগ্ৰেছ নেতা জুৱেল চেংগুইন, ডিমাচা উইমেন ছচাইটিৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী ৰিংমিলা হোজাই ,আডছুৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ হোজাই আদিয়ে অংশ গ্ৰহণ কৰে।

প্ৰতিবাদী সমদলত নেতৃত্ব দিয়া ডিমাচা উইমেন ছচাইটিৰ সভানেত্ৰী ৰিংমিলা হোজাইয়ে কয়,’কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী ষড়যন্ত্ৰৰ স্বৰূপ হৈছে নাগৰিকত্ব সংশোধনী আইন। এই আইনৰ যোগেদি চৰকাৰে অবৈধ বাংলাদেশীক অসমত জাপি দিব বিচৰাটো কেতিয়াও মানি লোৱা নহ’ব।

অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চ লৈ অহা হিন্দু বা মুছলমান সকলক নাগৰিকত্ব দিয়া হ’ব। ইয়াৰ পাছত অহা সকল বিদেশী। কিন্তু মোদি চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতলৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা হিন্দু, খৃষ্টান, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ লোক সকলক নিচৰ্তভাৱে ভাৰতীয় নাগৰিকত্ব দিয়াৰ কাৰনে এই আইন প্ৰনয়ন কৰিছে।

তেওঁ কয় যে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ উপৰি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ এইক্ষেত্ৰত নিমাত। আনহাতে, ডিমা হাচাও জিলাত চৰকাৰে ডিটেনশ্যন কেম্প স্থাপন কৰাৰ কাৰনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যি কেতিয়াও বাস্তৱায়িত হবলৈ দিয়া নহ’ব।

ৰিংমিলায় জাতি ধ্বংসকাৰী নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ উপৰি ডিমা হাচাও জিলাত ইনাৰ লাইন পাৰ্মিট (আইএলপি) ব্যৱস্থা চালু কৰাৰ দাবী জনায়। অন্যথা এই আইনৰ বিৰুদ্ধে ডিমা হাচাও জিলাত বৃহত্তৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে।

ৰিংমিলাই আৰু স্পষ্ট কৰি দি কয় যে প্ৰয়োজনত আৰক্ষীৰ গুলি খাবলৈ সাজু আছোঁ। কিন্তু আইন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd