• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এলাগী থলুৱা উদ্যোগী, অসমীয়াৰ আৱেগেৰে খেলি গুজৰাটীক গতালে ঐতিহাসিক দীঘলীপুখুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2023 2:05 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰখনে এপদ এপদ কৈ অসমৰ সম্পদ সমূহ বহিৰাগত পুঁজিপতিৰ হাতত গতাই দিয়াৰ  প্ৰচেষ্টাত উদ্বিগ্ন হৈ পৰিছে স্বাভিমানী অসমীয়া।

শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গুৱাহাটীৰ কণ্ঠহাৰ স্বৰূপ দীঘলীপুখুৰী চোৱাচিতাৰ দায়িত্ব গুজৰাটী কোম্পানী এটাক অৰ্পণ কৰাকলৈও সৰৱ হৈ পৰিছে বিভিন্নজনে।   

প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই তেওঁৰ কন্যা দীঘলীৰ নামেৰে খন্দোৱা এই ঐতিহাসিক পুখুৰীটোৰ এতিয়াৰে পৰা তত্বাৱধানত থাকিব গুজৰাটী কোম্পানী। ইয়াৰ ফলত দীঘলীপুখুৰীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা অসমীয়াৰ সাংস্কৃতিক স্বাভিমানো হেৰাই যাব বহিৰাগত বনিয়াৰ হাতত।

Apply Now

লগতে পঢ়ক: গুৱাহাটী আৰু চেকেন্দ্ৰাবাদৰ মাজত চলিব গ্ৰীষ্মকালীন বিশেষ ৰে’ল

ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে অসমীয়াৰ আৱেগক বিক্ৰী কৰি দীঘলীপুখুৰী গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক গতাইছে। এই সন্দৰ্ভত আম আদমি পাৰ্টীৰ নেতা জিতুল ডেকাই সংবাদ মেলৰ জৰিয়তে সবিশেষ তথ্য ফাদিল কৰিছে।

আপ নেতা জিতুল ডেকাই কয়, ‘’জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰে অসমীয়াৰ আবেগ স্মৃতি জড়িত দীঘলীপুখুৰী পাৰ্ক খন নিজে চলাব নোৱাৰি নিবিদাৰ কোনো জাননী নিদিয়াকৈ অসমৰ জনসাধাৰণক আন্ধাৰত ৰাখি সংগোপনে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক ১৫ বছৰৰ বাবে গতাই দিলে।‘’

লগতে পঢ়ক: মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু

অসমৰ দীঘলী পুখুৰীৰ পাৰ্ক কেন্দ্ৰিত ব্যৱসায়বোৰ চলাবলৈ বহিৰাজ্যৰ উদ্যোগিক অগ্ৰাধিকাৰ দিবলৈ অসমীয়া উদ্যোগী সকলক উপেক্ষা কৰি অতি সংগোপনে নিবিদা আহ্বান কৰি কেৱল মাত্ৰ দুটা প্ৰতিষ্ঠানৰ উপস্থিতিতে দীঘলীপুখুৰী পাৰ্ক ১৫ বছৰৰ কাৰণে বাহিৰা প্ৰতিষ্ঠানক অসমৰ পৰ্যটন বিভাগে কেনেকৈ গতাব পাৰিলে সেই প্ৰশ্নও উত্থাপন কৰিছে ডেকাই।

ডেকাই আক্ষেপ কৰি কয়, ‘’অসমৰ জনসাধাৰণৰ স্মৃতি আৱেগ জৰিত হৈ থকা দীঘলী পুখুৰী পাৰ্কখনৰ নাও,ৰেস্তোৰাঁ,পাৰ্ক আদি সকলো ব্যৱসায় এতিয়া গুজৰাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানে চলাব। কেইখনমান নাও, এখন ৰেস্তোৰাঁ পৰ্যটন বিভাগে চলাব নোৱাৰা হ’ল।‘’

লগতে পঢ়ক:আঘাত অতীত, ডাইমণ্ড লীগত স্বৰ্ণ জয়েৰে পুনৰ ছন্দলৈ উভতিল নীৰজ চোপ্ৰা

ডেকাই প্ৰশ্ন কৰে, ‘’পৰ্যটন ব্যৱসায়ত অসমৰ থলুৱা উদ্যোগীয়ে আত্ম প্ৰকাশ কৰিছে কিন্তু দীঘলী পুখুৰীৰ দৰে এখন সৰু পাৰ্ক অসমৰ পৰ্যটন বিভাগে কাৰ নিৰ্দেশত গুজৰাটৰ প্ৰতিষ্ঠানৰ হাতত গতাব পাৰিলে। বাহিৰৰৰ ব্যৱসায়ীক অসমৰ সম্পত্তিবোৰ কিনি লৈ যাবলৈ ৰঙা দলিচা কোনে পাৰিছে ??’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd