• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

‘আজমলৰ দেশ ধ্বংসৰ ইচ্ছা থকা যেন মোৰ নালাগে’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 18, 2021 6:21 pm

2 min read

1k
VIEWS
Share on FacebookShare on Twitter

‘মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু।‘ আঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে।

আজমলক আঞ্চলিক ৰাইজৰ শত্ৰু বনাই এটা খেল খেলা হৈছে বুলি দাবী কৰি গোহাঁইয়ে লগতে কয় ‘আজমলে অসমক শেষ কৰিব পাৰিব নে? আজমলৰ দেশ ধ্বংসৰ ইচ্ছা থকা যেন মোৰ নালাগে। কিন্তু বিজেপিয়ে জাতিধ্বংসী ‘কা’ আইনখন আনিলে। আৰু কি কৰে ঠিক নাই। অসমৰ প্ৰাকৃতিক সম্পদ বৃহৎ ব্যৱসায়ীৰ হাতত গতাই দিলে।‘

‘বিজেপিৰ পৰাহে অসমৰ ৰাইজৰ বহু বেছি ক্ষতি হ’ব। আজমলক সকলো মুছলমানে সমৰ্থন নকৰে। আজমলৰ যে চক্ৰান্তমূলক অভিপ্ৰায় আছে সেইটো মোৰ ধাৰণা হোৱা নাই। বিজেপিৰ প্ৰচাৰৰ ফলতেই মানুহৰ মনত এটা মিছা ভয় সোমাইছে।‘ হীৰেন গোহাঁইয়ে দাবী কৰি এইদৰে কয়।

ইয়াৰোপৰি এই বিপদজনক ক্ষণত ৰাজনৈতিক দলসমূহে আজমলৰ লগত হাত মিলালে ক্ষতি নহ’ব বুলি ধাৰণা কৰে হীৰেন গোহাঁইয়ে।

তেওঁ আৰু কয় ‘সাধাৰণ ৰাইজক বুজাব পাৰিব লাগিব যে বিজেপিক প্ৰতিহত কৰিব পৰা সন্মিলিত শক্তি এটা আছে।‘

ইপিনে, অখিল গগৈৰ কাৰাবন্দীত্বৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহাঁইয়ে কয় ‘অখিল গগৈয়ে কা বিৰোধী আন্দোলনক গণ আন্দোলনৰ ৰূপ দিবলৈ বিশেষ ভুমিকা লৈছিল। মানুহক আলোড়িত কৰিব পৰা বিৰল ক্ষমতা আছে অখিল গগৈৰ।‘

‘চৰকাৰে পৰিকল্পিত তথা চক্ৰান্তমূলকভাৱে এটাৰ পাছত আন এটা গোচৰ জাপি দি কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে। যাতে অখিল গগৈ বিৰোধীৰ ভুমিকাত সবলভাৱে অৱতীৰ্ণ হ’ব নোৱাৰে।‘ বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি এইদৰে কয় ড০ হীৰেন গোহাঁইয়ে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd