• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত ফলাফল নহাকৈ কোৱাৰেণ্টাইনৰ পৰা যাবলৈ দিয়া যুৱকৰ দেহত ধৰা পৰিল কভিড-১৯

উত্তম শইকীয়া by উত্তম শইকীয়া
June 11, 2020 4:37 pm
2.4k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰি স্ব-গৃহলৈ যোৱা এজন যুৱকৰ শৰীৰত কভিড–১৯ৰ উপস্থিতি ধৰা পৰা ঘটনাই আজি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কভিড–১৯ৰ উপস্থিতি ধৰা পৰা যুৱকজনৰ নাম সাধন দাস। ঘৰ বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ ৰঙাগড়া পাৰ গাঁৱত।

গুজৰাটৰ পৰা অহা সাধন দাস বিগত ১৫দিন বোকাখাতৰ চি এন বি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল৷ কোৱাৰেণ্টাইনৰ সময় শেষ হোৱাত ১০ জুনত যুৱকজনক চৰকাৰী গাড়ীৰে ৰঙাগড়া পাৰৰ নিজা ঘৰত থৈ আহিছিল বোকাখাতৰ মহকুমা প্ৰশাসনে।

কিন্তু আজি দুপৰীয়া যুৱকজনক বোকাখাতৰ আৰক্ষীয়ে মহকুমা দণ্ডাধীশৰ উপস্থিতিত ১০৮ এম্বুলেঞ্চেৰে গোলাঘাটলৈ প্ৰেৰণ কৰাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়। যোৱা নিশা যুৱকজনে পৰিয়ালৰ লগত কটোৱাৰ লগতে বন্ধুৰ লগত সন্ধ্যা কেৰম ব’ৰ্ড খেলিছিল।

মহকুমা প্ৰশাসনে সম্প্ৰতি সাধন দাসৰ বাসগৃহক কণ্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰিছে। সাধন দাসৰ কভিড–১৯ৰ ফলাফল যদি অহাই নাছিল তেন্তে যুৱকজনক প্ৰশাসনে কিয় স্ব-গৃহত থৈ গৈছিল বুলি স্থানীয় লোকে প্ৰশ্ন তুলিছে।

উল্লেখযোগ্য্ যে, কুৰুৱাবাহী তিনি আলিটো স্ব-গৃহত কোৱাৰেণ্টাইনত থকা নিধি গুপ্তা নামৰ এগৰাকী ছাত্ৰীৰ শৰীৰতো কভিড–১৯ ধৰা পৰিছিল। সম্প্ৰতি সাধন দাস আৰু নিধি গুপ্তাক গোলাঘাটত চিকিৎসা কৰি থকা হৈছে।

ৰাজ্যত বৰ্তমানলৈকে কভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩১৯ লৈ বৃদ্ধি পাইছে। আজিৰ দিনটোত বাতৰি লিখা সময়লৈকে ৩৪ গৰাকী লোকৰ শৰীৰত কভিড-১৯ ধৰা পৰে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd