• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অনলাইন পদ্ধতিৰে অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ পৰীক্ষা

অনলাইন-অফলাইন দুয়োটা পদ্ধতিৰে পৰীক্ষা দিব পাৰিব স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 9, 2020 7:46 am

1 min read

Guwahati University

প্ৰতিনিধিত্বমূলক ছবি

425
VIEWS
Share on FacebookShare on Twitter

অনলাইন মাধ্যমৰে অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সমূহ।

এক জাননীযোগে এই কথা জনাইছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে।

ক’ভিড মহামাৰীৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

এই কথা নৰ্থ-ইষ্ট নাওক জনাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে।

অৱশ্যে, স্নাতক মহলাৰ পৰীক্ষাসমূহ অনলাইন, অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত হ’ব বুলি নিৰ্দেশনাত উল্লেখ আছে।

তদুপৰি এই নিৰ্দেশনাৰ SOP পৰীক্ষা নিয়ন্ত্ৰকে অচিৰেই প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই অনলাইন মাধ্যমৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰি আহিছিল গুৱাহাটী বিশ্ব বিদ্যালয় ছাত্ৰ একতা সভাই।

উল্লেখযোগ্য যে, মঙলবাৰে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ নেতৃত্বত এটা দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰি স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰি আছুৰ তৰফৰ পৰা অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে Open Book Examination অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল যাৰ জৰিয়তে একেখন প্ৰশ্নকাকতকে লৈ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ ইচ্ছা অনুযায়ী পৰীক্ষাগৃহলৈ আহি বা নহাকৈয়ো ঘৰতে থাকি পৰীক্ষাত বহিব পাৰিব।

ইয়াৰ পাছতে ততাতয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd