• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ ফুলৰগুৰিত উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকল আৰু পোষণ অভিযানৰ সন্দৰ্ভত ফটো প্ৰদৰ্শনী সহ আউটৰিচ কাৰ্যসূচী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 21, 2024 5:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাৰ ফুলৰগুৰিত আজিৰে পৰা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),ৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ দুদিনীয়া ফটো প্ৰদৰ্শনীসহ আউটৰীচ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু পোষণ অভিযান।

প্ৰদৰ্শনী উদ্বোধন কৰি বৰপেটা জিলাৰ এডিচি মৌচুমী চেতিয়াই এনে প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে চিবিচিৰ পদক্ষেপক প্ৰশংসা কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ কয় যে এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে তৰুণ প্ৰজন্ম আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগৰ সৈতে সচেষ্ট হ’ব। পোষণ অভিযান সন্দৰ্ভত ভাষণ দি চেতিয়াই কয় যে সকলো বয়সৰ লোকৰ বাবে স্বাস্থ্য সজাগতা অতি প্ৰয়োজনীয় আৰু প্ৰত্যেকেই স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগে।

Apply Now

দুদিনীয়া এই প্ৰদৰ্শনীত স্থানীয় আত্মসহায়ক গোটে স্থাপন কৰা কেইবাখনো বিপনীত স্থানীয়ভাৱে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। তদুপৰি, এক বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰো আয়োজন কৰা হয়, য’ত স্বাস্থ্য বিভাগে উপস্থিত লোকসকলৰ প্ৰাথমিক চিকিৎসা  আগবঢ়ায়।

এই প্ৰদৰ্শনীত স্বাধীনতা সংগ্ৰামৰ সন্দৰ্ভত বিভিন্ন ফটো পেনেল প্ৰদৰ্শন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰা হয়। এই প্ৰদৰ্শনীত পোষণ অভিযানক বিশেষ গুৰুত্ব আৰোপ কৰি চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহো প্ৰদৰ্শন কৰা হৈছে।

অনুষ্ঠানত চিবিচি, ক্ষেত্ৰীয় কাৰ্যালয়ৰ, ক্ষেত্ৰ প্ৰচাৰ বিষয়া সুচৰিতা চাহুৱে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে কাৰ্যসূচীৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ ৰূপৰেখা দাঙি ধৰে।

উদ্বোধনী অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ হাছমত আলী, পাকা বেতবাৰীৰ বিডিঅ’ চফিকুল ইছলাম, বৰপেটাৰ চিডিপিঅ’ কংকনা গোস্বামী, সমাজ কল্যাণ বিভাগৰ পৰা ডিএমচি সুনাইনা দাস আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ চন্দ্ৰ নাথৰ লগতে কেইবাগৰাকী সমাজকৰ্মী উপস্থিত থাকে।

অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ চিত্ৰাংকন, কুইজ আৰু আকস্মিক বাক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অনুষ্ঠানত স্থানীয় শিল্পী আৰু চিবিচি, গুৱাহাটীৰ অধীনস্থ এটা ব্যক্তিগত পঞ্জীয়নভুক্ত দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd