DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২১ত ৰহা সমষ্টিত পিযুষ হাজৰিকা বা পত্নী আৰু ডিম্বেশ্বৰ দাস কোনো ফেক্টৰেই নহয় : ৰুবুল দাস

‘পীয়ুষ হাজৰিকাৰ পত্নীৰ ধুনীয়া মুখখন আৰু ৰহাৰ ৰাইজে চাব নিবিচাৰে’, ৰুবুল দাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2020 8:57 pm
Piyush VS Rubul Das
674
VIEWS
Share on FacebookShare on Twitter

‘অতি স্পষ্ট কথা যে ২১ ত ৰহা সমষ্টিত পিযুষ হাজৰিকা বা পত্নী আৰু ডিম্বেশ্বৰ দাস কোনো ফেক্টৰেই নহয়। এইকেই গৰাকী লোকে ৰহাত এইবাৰ পৰাজয় বৰণ কৰিবই।‘ ৰহা সমষ্টিৰ পৰা বিজেপি চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা বা পত্নী আইমী বৰুৱাই প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে এনেদৰে কটাক্ষ ৭০ সংগঠনৰ অন্যতম নেতা তথা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

উল্লেখযোগ্য যে, ৰহা সমষ্টিৰ ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ সাম্ভাৱ্য প্ৰাৰ্থী ৰুবুল দাস।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দাসে আৰু কয় ‘মহাজোটবন্ধনৰ যিহেতু চৰ্চা চলি আছে গতিকে কংগ্ৰেছ-এআইয়ুডিএফ একত্ৰিত হ’লে সেই দলৰ লগতহে অন্য ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দিতা হ’ব। বিজেপি ফেক্টৰেই নহয়।’

তেওঁ লগতে মন্ত্ৰী পিযুষ হাজৰিকাক কটাক্ষ কৰি কয় ‘পীযুষ হাজৰিকা ৰহাৰ পৰা খেদা খোৱা বিধায়ক। যি দিনাই পীয়ুষ হাজৰিকাই অনুসূচিত জাতিৰ উন্নতিৰ কথা ক’ব সেইদিনাই আৰ এছ এছ য়ে বিজেপিৰ পৰাও খেদিব। হিমন্তৰ আজ্ঞাবাহী ভৃত্য পীযুষ হাজৰিকা আমাৰ জাতিৰ কলংকহে।‘

‘যদি চৰ্চা চলা মতে পীযুষ হাজৰিকাৰ পত্নীয়ে প্ৰতিদ্বন্দিতা কৰে, তেন্তে তেওঁৰ ধুনীয়া মুখখন আৰু ৰহাৰ ৰাইজে চাব নিবিচাৰে।‘ ৰুবুল দাসে এইদৰে কয়।

তাৰোপৰি, দাসে বৰ্তমানৰ ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসকো কটাক্ষ কৰে।

দাসৰ মতে ‘ৰহা সমষ্টিৰ বৰ্তমানৰ বিধায়ক সাহিত্য সভাৰ পইচা খোৱা ডিম্বেশ্বৰ দাসে যোৱা চাৰে চাৰিটা বছৰে কেৱল কমিশ্যনহে সংগ্ৰহ কৰিলে। এওঁক এতিয়া সমষ্টিবাসীয়ে চিৰদিনলৈ বিদায় দিবলৈহে অপেক্ষা কৰি আছে।‘

‘এই পীয়ুষ হাজৰিকা আৰু ডিম্বেশ্বৰ দাসে নেতৃত্ব লৈ হিমন্তৰ চৰণত ৰহাবাসী ৰাইজৰ মান সন্মান সকলো জলাঞ্জলি দি ৰহাত স্থাপন হ’বলগীয়া এইমছখন জালুকবাৰীলৈ পঠিয়াই দিছিল। শাসনলৈ আহিয়েই দুটা মাহৰ ভিতৰতে মিণ্টু দেউৰী নামৰ এজন চফল জনজাতীয় যুৱকক আন্দোলন দমনৰ নামত হত্যা কৰিছিল এই বিজেপি চৰকাৰে। গতিকে কোনো কাৰণতেই ৰহা সমষ্টিৰ ৰাইজে বিজেপিক ক্ষমা নকৰে।‘ দাসে দাবী কৰি কয়।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd