• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম পালেহি, গুৱাহাটীৰ চি আই ডি কাৰ্যালয়ত এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰমাইণ্ড  পি কে দত্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 7, 2020 11:16 am

1 min read

অসম পালেহি, গুৱাহাটীৰ চি আই ডি কাৰ্যালয়ত এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰমাইণ্ড  পি কে দত্ত
221
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা অসমলৈ লৈ অহা হয় এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰ মাইণ্ড পি কে দত্তক।

অসম আৰক্ষীয়ে নিশা প্ৰথমে কাজলগাঁও অতিথিশালাত ৰাখিছিল পি কে দত্তক। তাৰ পাছতে পুৱতি নিশা প্ৰায় দুই বজাত গুৱাহাটী অভিমুখে লৈ অহা হয় দত্তক।

চিৰাং জিলা আৰক্ষী অধীক্ষকৰ পৰা পিকে দত্তক চমজি লয় এ ডি জি পি জি পি সিঙে।

বৰ্তমান চি আই ডিৰ উলুবাৰিস্থিত মুখ্য কাৰ্যালয়ত ৰখা হৈছে পি কে দত্তক।

চি আই ডি আৰু আৰক্ষীৰ দলে পৃথকে পৃথকে জেৰা চলাই আছে পি কে দত্তক। জেৰাত একো চাঞ্চল্যকৰ ভাষ্য আগবঢ়োৱা নাই পি কে দত্তই।

আনহাতে, বিয়লি ভাগত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত দত্তক হাজিৰ কৰোৱা হ’ব।

পি কে দত্তৰ লগতে জোৱায়েক আৰু পুত্ৰ ঈশানকো অনা হৈছে অসমলৈ।

জোৱায়েক, পুত্ৰৰ লগত নেপালৰ পৰা অসমলৈ আত্মসমৰ্পণৰ বাবে আহি থকা অৱস্থাত মঙলবাৰে পুৱাৰ ভাগত ভাৰত-নেপাল সীমান্তৰ কাকৰভিতাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল পি কে দত্তক।

Recent News

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd