• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰাজিলত বিমান দুৰ্ঘটনা, বিমানখনত থকা ৬২জন লোকৰে মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2024 11:17 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাজিলৰ চাও পাওলোত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ৫৮জন যাত্ৰীসহ মুঠ ৬২জন লোক আছিল। বাতৰি অনুসৰি চাও পাওলোৰ যি অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, সেই অঞ্চলটো জনবসতিপূৰ্ণ অঞ্চল। এই ঘটনাত আন কোনো লোক হতাহত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও  কিছু লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে।

বিমান সংস্থাটোৰ মতে, বিমানখন চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়। মুঠ যাত্ৰী আছিল ৫৮ জন। বিমানখনত পাইলটকে ধৰি মুঠ চাৰিজন ক্ৰু মেম্বাৰ আছিল। অৱশ্যে দুৰ্ঘটনাৰ কাৰণ বিমান সংস্থাটোৱে অৱগত কৰা নাই।

অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ভিনহেডো চহৰত। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, সামৰিক, আৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ বিষয়াসকল ততাতৈয়াকৈ উপস্থিত হৈছে।

Apply Now

ব্ৰাজিলৰ টেলিভিছন নেটৱৰ্ক গ্ল’ব’ নিউজৰ ফুটেজত জনবসতিপূৰ্ণ অঞ্চলত জুই জ্বলি থকা দেখা গৈছে বুলি বাতৰি সংস্থাটোৱে প্ৰকাশ কৰিছে। প্ৰথমে অনুমান কৰা হৈছে যে বিমানখন দুৰ্ঘটনাৰ পিছতে জুই লাগিছিল। টেলিভিছন নেটৱৰ্কৰ আন কিছুমান ফুটেজত বিমানখন নামি অহা দেখা গৈছে।

বিমানখনৰ ট্ৰেজেক্টৰী নিৰীক্ষণ কৰা ফ্লাইট ৰাডাৰ FlightRadar24 অনুসৰি বিমানখন হৈছে এ টি আৰ ৭২-৫০০ টাৰ্বোপ্ৰপ। এটিআৰৰ মালিক এয়াৰবাছ আৰু ইটালীৰ এৰোস্পেচ গ্ৰুপ লিওনাৰ্ডো।

ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভা দক্ষিণ ব্ৰাজিলৰ এক অনুষ্ঠানত উপস্থিত থকাৰ সময়তে বিমান দুৰ্ঘটনাৰ খবৰ বিয়পি পৰে বুলি সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। সেই সময়ত তেওঁ দৰ্শকক থিয় হৈ এক মিনিট মৌনতা অৱলম্বন কৰি শোক প্ৰকাশ কৰিবলৈ কয়।

তেওঁ কয় যে দেখা গৈছে যে বিমানখনত থকা সকলোৰে (৫৮ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ) মৃত্যু হৈছে। যদিও কোনটো উৎসৰ পৰা তেওঁ এই খবৰ পাইছিল সেই কথা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কোৱা নাই।

প্ৰতিবেদন অনুসৰি বিমানখনে ব্ৰাজিলৰ পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা উৰা মাৰিছিল। চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱাৰ  সময়ত বিমানখন বিনহেডো চহৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd