• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ ঠিক আগমুহূৰ্তত ফিফাৰ সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে গোচৰ তৰিলে প্লাতিনিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 8:08 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তত ফিফাৰ বৰ্তমানৰ সভাপতি জিয়ানি ইনফান্তিনোৰ বিৰুদ্ধে এক গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰিলে উয়েফাৰ প্ৰাক্তন সভাপতি মিচেল প্লাতিনিয়ে। তেওঁ ইনফান্তিনোকে ধৰি মুঠ পাঁচজন ফুটবল বিষয়াৰ বিৰুদ্ধে ফ্ৰান্সৰ আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰ তৰিছে। প্ৰাক্তন কিংবদন্তি ফুটবল খেলুৱৈগৰাকীয়ে বৰ্তমানৰ ফিফা সভাপতিৰ বিৰুদ্ধে তেওঁক ২০১৬ চনত ফিফাৰ সভাপতি হ’বলৈ অনৈতিকভাৱে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

চেপ ব্লাটাৰৰ উত্তৰসূৰী হিচাপে প্লাতিনিকে ফিফাৰ সভাপতি পদৰ বাবে আটাইতকৈ উপযুক্ত বুলি গণ্য কৰা হৈছিল। কিন্তু সেই সময়তে ব্লাটাৰৰ সৈতে এক বিতৰ্কিত আৰ্থিক লেনদেনৰ সৈতে প্লাতিনিৰ নাম সাঙোৰ খাই পৰে আৰু তাৰ ফলস্বৰূপে তেওঁক ২০১৬ চনত ফিফাৰ সভাপতি হ’বলৈ বাধা দিয়া হয়। ২০১৫ চনত ফিফাৰ নৈতিক সমিতিৰ দ্বাৰা তেওঁক আঠ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ক্ৰীড়া আদালতৰ দ্বাৰা সেই শাস্তি চাৰি বছৰলৈ হ্ৰাস কৰা হয়। অৱশ্যে পিছলৈ ছুইজাৰলেণ্ডৰ আদালতে প্লাতিনি আৰু ব্লাটাৰ উভয়কে এই গোচৰত নিৰ্দোষ বুলি ঘোষণা কৰে।

Apply Now

এতিয়া সেই অতীতৰ তিক্ত অভিজ্ঞতাৰ বাবে যিসকল ব্যক্তিয়ে তেওঁৰ পথত হেঙাৰ হৈ থিয় দিছিল, তেওঁলোকৰ বিৰুদ্ধে প্লাতিনি আইনী যুঁজত নামিছে। সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া বিশ্বকাপৰ ওপৰত নিবদ্ধ থকাৰ সময়তে প্লাতিনি আৰু তেওঁৰ অধিবক্তা অলিভিয়াৰ বালেতোলিয়ে এই গোচৰটো দাখিল কৰাৰ বাবে বিশেষভাৱে নিৰ্বাচন কৰিছে। অধিবক্তাগৰাকীৰ মতে, যিসকলে সেই সময়ত প্লাতিনিৰ ফিফা সভাপতি হোৱাৰ বাটত বাধা সৃষ্টি কৰিছিল, তেওঁলোকৰ বিৰুদ্ধেই এই গোচৰ তৰা হৈছে।

প্লাতিনি আৰু তেওঁৰ অধিবক্তাৰ দৃঢ় বিশ্বাস যে বৰ্তমানৰ ফিফা সভাপতি জিয়ানি ইনফান্তিনোৱেই সেই সময়ত তেওঁক বাধা দিয়াৰ আঁৰৰ মূল সূত্ৰধাৰ আছিল। সেয়েহে তেওঁৰ বিৰুদ্ধেই এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্লাতিনিৰ মতে, যদি সেই বাধা নাথাকিলহেঁতেন, তেন্তে তেওঁ অতি সহজেই ফিফাৰ সভাপতি হ’ব পাৰিলেহেঁতেন। অৱশ্যে এই গুৰুতৰ অভিযোগৰ প্ৰতি এতিয়ালৈকে জিয়ানি ইনফান্তিনোৱে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd