• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আকৌ প্ৰধান মন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী!

ভৱিষ্যতবাণী দেশৰ প্ৰখ্যাত নিৰ্বাচনী প্ৰচাৰ মেনেজাৰ, বিজেপি মিত্ৰ জে দি (ইউ) নেতা প্ৰশান্ত কিশোৰৰ।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2019 8:58 pm

1 min read

Gadkari's family holiday: Opposition raps Modi government

নৰেন্দ্ৰ মোদী। ফাইল ছবি।

586
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়ক গৃহীতকৰণত বিফলতাই বিজেপিক ভীষণ অস্বস্তিত পেলালেও পুনৰ নৰেন্দ্ৰ মোদীয়েই হ’ব দেশৰ প্ৰধান মন্ত্ৰী!

’১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি কাণত পৰাৰ পৰতে মোদীৰ পুনৰ প্ৰধান মন্ত্ৰিত্বৰ ভৱিষ্যতবাণী কৰিছে শেহতীয়াকৈ বিজেপি মিত্ৰ জে দি (ইউ)ত যোগ দিয়া প্ৰখ্যাত নিৰ্বাচনী প্ৰচাৰ মেনেজাৰ প্ৰশান্ত কিশোৰে।

“নৰেন্দ্ৰ মোদী এন দি এ’ৰ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু প্ৰধান মন্ত্ৰী হিচাপে তেওঁৰেই পুনৰ আগমণ ঘটিব,” সোমবাৰে এক সংবাদমেলত কিশোৰৰ মন্তব্য।

কিশোৰে নিজ দল জে দি (ইউ)ৰ নেতা, বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰ প্ৰধান মন্ত্ৰিত্বৰ দাবীদাৰ নহয় বুলিও মন্তব্য কৰিছে।

“নীতীশ কুমাৰ এন দি এ’ৰ এজন ডাঙৰ নেতা। নীতীশ কুমাৰে নিশ্চয়কৈ এটা ডাঙৰ ভূমিকা পালন কৰিব। কিন্তু তেওঁক প্ৰধান মন্ত্ৰী পদৰ দাবীদাৰ বুলিলে ভুল হ’ব,” মন্তব্য জে ডি (ইউ)ৰ ৰাষ্ট্ৰীয় উপ সভাপতি কিশোৰৰ।

জে ডি (ইউ) বিজেপি আৰু শিৱসেনাৰ পিছতে এন ডি এ’ৰ তৃতীয় বৃহৎ দল।

মোদীৰ হৈ নিৰ্বাচনী ৰণকৌশল ৰচনাত পুনৰ ভাগ লোৱাৰ কথা অৱশ্যে অস্বীকাৰ কৰিছে কিশোৰে। ২০১২ চনত গুজৰাট বিধান সভা আৰু ’১৪ৰ সাধাৰণ নিৰ্বাচনত  নৰেন্দ্ৰ মোদীৰ হৈ তেওঁ প্ৰচাৰ কৌশল ৰচনা কৰিছিল।

এটা দলত যোগ দিয়াৰ পিছত আনৰ হৈ পেছাদাৰী সেৱা আগবঢ়োৱাৰ কথা নাহে, কিশোৰৰ স্পষ্টীকৰণ।

পেছাদাৰী নিৰ্বাচনী প্ৰচাৰ মেনেজাৰৰূপে প্ৰশান্ত কিশোৰ ভাৰতত বাটকটীয়া।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd