• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীৰ ‘মন কী বাট’ অনুষ্ঠানে ৰাজহ বৃদ্ধি কৰিছে অল ইণ্ডিয়া ৰেডিঅ’ৰ : আৰ টি আই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 17, 2020 6:07 pm

1 min read

প্ৰধান মন্ত্ৰীৰ ‘মন কী বাট’ অনুষ্ঠানে ৰাজহ বৃদ্ধি কৰিছে অল ইণ্ডিয়া ৰেডিঅ’ৰ : আৰ টি আই

উৎস-ইণ্টাৰনেট

198
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাট’ অনুষ্ঠানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিছে অল ইণ্ডিয়া ৰেডিঅ’ক।

তথ্য জনাৰ অধিকাৰে এক উত্তৰত এই কথা প্ৰকাশ কৰে।

তথ্য জনাৰ অধিকাৰত প্ৰকাশিত এক তথ্য অনুসৰি প্ৰধান মন্ত্ৰীৰ মন কী বাট অনুষ্ঠানৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ই চৰকাৰী বিজ্ঞাপনতকৈ চাৰিগুণ বেছি ৰাজহ সংগ্ৰহ কৰিছে।

জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে মন কী বাট অনুষ্ঠানৰ প্ৰচাৰৰ বাবে ৭.২৯ কোটি টকা খৰচ কৰিছে যিয়ে অল ইণ্ডিয়া ৰেডিঅ’ক ৩০.২৮ কোটি টকা ৰাজহ সংগ্ৰহ কৰাত সহায় কৰিছে।

২০১৪ চনৰ অক্টোবৰ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ত মন কী বাট অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল।

ৰেডিঅ’ক শক্তিশালী জনসংযোগৰ মাধ্যম হিচাপে উপস্থাপন কৰাৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে আগ্ৰহ প্ৰকাশ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছিল।

মন কী বাট অনুষ্ঠানৰ মাধ্যমেৰে প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সৈতে বিভিন্ন সামাজিক বিষয় সমূহৰ ওপৰত আলোচনা কৰে।

Recent News

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

‘লাভ জেহাদ’ :  মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

‘লাভ জেহাদ’ : মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd