• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমাগত বিহাৰ নিৰ্বাচন : প্ৰধানমন্ত্ৰী মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰশংসা কানহাইয়া কুমাৰৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2020 6:48 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বামপন্থী ‘পোষ্টাৰ বয়’ কানহাইয়া কুমাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰশংসা কৰাৰ এক সাক্ষাৎকাৰে তোলপাৰ লগাইছে দেশৰ ৰাজনৈতিক মহলত।

উল্লেখ্য যে আগন্তুক নৱেম্বৰ মাহত বিহাৰ বিধানসভাৰ নিৰ্বাচন হোৱাৰ কথা। বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্-ক্ষণত কানহাইয়া কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা প্ৰশংসাই বিহাৰত নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনাক প্ৰকট কৰিছে বুলিও ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

Apply Now

বিগত কিছুমাহ ধৰি বিশেষকৈ লোকসভাৰ নিৰ্বাচনৰ পিছৰে পৰা কানহাইয়া কুমাৰক যথেষ্ট নীৰৱ হোৱা পৰিলক্ষিত হৈছিল।

কিন্তু যোৱা শুকুৰবাৰে এটা ইউটিউভ চেনেলত দিয়া সাক্ষাৎকাৰত বিহাৰৰ চিপিআইৰ যুৱনেতাগৰাকীয়ে পুনৰ পূৰ্বৰ দৰে সৰৱ হোৱা দেখা গ’ল।

সাক্ষাৎকাৰটোত কানহাইয়াই বিহাৰৰ নীতিশ কুমাৰৰ চৰকাৰৰ লগতে মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিলেও কিছু ক্ষেত্ৰত নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰা দেখা গ’ল।

নীতিশ কুমাৰৰ প্ৰসংগত চিপিআই নেতা কানহাইয়াই কয়, “নীতিশ কুমাৰে কিছুমান ভাল কাম কৰিছে। অৱশ্যে তেওঁৰ অনেক ব্যৰ্থতাও আছে। নীতিশ কুমাৰে উন্নয়নমূলক কামো কৰিছে যিবোৰ বিশ্বই প্ৰশংসা কৰিছে।”

মহিলা সংৰক্ষণ সুনিশ্চিতকৰণ, ছাত্ৰীসকসলৰ মাজত চাইকেল বিতৰণ, ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰথম দুটা বছৰৰ ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি উন্নয়ন আদিৰ বাবেও নীতিশ কুমাৰক প্ৰশংসা কৰা দেখা গ’ল চিপিআইৰ নেতা কানহাইয়া কুমাৰে।

ইফালে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক অভিজ্ঞতা আৰু তাৰ সফলতাৰ সম্পৰ্কে কোনো প্রশ্নই নাই বুলিও মন্তব্য কৰে কানহাইয়াই।

“তেওঁ(প্ৰধানমন্ত্ৰী) যি ধৰণে চৰকাৰী প্ৰকল্পসমূহ জনসাধাৰণৰ মাজত তুলি ধৰে সেয়া প্ৰশংসনীয়। বেটী পঢ়াও বেটী বচাওঁ প্ৰকল্পক বিৰোধিতা কৰিব নোৱাৰি। ডিজিটেল ইণ্ডিয়াৰ প্ৰকল্পকো বিৰোধিতা কৰিব নোৱাৰি।” কনাহাইয়া কুমাৰে কয়।

চিপিআইৰ যুৱ নেতাগৰাকীয়ে এইদৰে প্ৰশংসামূলক মন্তব্য কৰিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ব্যৰ্থতাক তেওঁৰ স্বকীয় তীব্ৰ বাক্যবাণেৰে সমালোচনাও কৰা দেখা যায়।

কানহাইয়াৰ মতে সকৰাত্মক কামৰ প্ৰশংসা আৰু নকৰাত্মক কামৰ বাবে সাধুতাৰে সমালোচনা কৰা উচিত। যিটো মূল্যবোধৰ ৰাজনীতিৰ এক অংশ বুলিও মন্তব্য কৰে তেওঁ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd