• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্থনৈতিক কাম কাজ কেনেকৈ চলিব; ১৫ মে’ৰ ভিতৰত মুখ্য মন্ত্ৰীসকলৰ পৰামৰ্শ বিচাৰিলে মোদীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 8:40 am
pm_505_030420083031_050420093326_270420092859 new

সোমবাৰে মুখ্য মন্ত্রীসকলৰ সৈতে প্রধান মন্ত্রীৰ বৈঠক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মিলিত হয়।

প্ৰধান মন্ত্ৰী মোদীয়ে মুখ্য মন্ত্ৰীসকলৰ পৰা ১৭মে’ৰ পাছত লকডাউনৰ স্থিতি সম্পৰ্কত মতামত গ্ৰহণ কৰে।

Apply Now

কেইবাঘন্টা ধৰি চলা বৈঠকৰ অন্তত প্ৰধান মন্ত্ৰীয়ে তেওঁৰ বক্তৱ্য আগবঢ়ায়।

জানিব পৰা মতে, বৈঠকত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে যিসকলে সম্পূৰ্ণ মতামত আগবঢ়াব নোৱাৰিলে তেওঁলোকে ১৫মে’ পৰ্যন্ত তেওঁলোকৰ পৰামৰ্শ প্ৰেৰণ কৰক।

তেওঁ কয় কেন্দ্ৰীয় চৰকাৰে কেনেদৰে অৰ্থনৈতিক কামকাজবোৰ চলাই নিব পাৰি সেই বিষয়ে বিবেচনা কৰি আছে।

বৈঠকত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে কৰ’নাৰ পাছত এক নতুন জীৱনশৈলী আৰম্ভ হ’ব। দেশৰ পৰ্যটনৰ সম্ভাৱনাসমূহকো নতুন দৃষ্টিৰে চাব লাগিব।

তেওঁ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ ক্ষেত্ৰত নতুন পদ্ধতি গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

নিজৰ বক্তৱ্যত প্ৰধান মন্ত্ৰীয়ে জনসেৱাৰ প্ৰয়াসক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও মন্তব্য আগবঢ়ায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শ্ল’গান এটাও দিয়ে। তেওঁৰ নতুন শ্ল’গানটো হৈছে ‘জন চে জগ তক’।

তেওঁ নতুন শ্ল’গানটোৰ আঁৰৰ যুক্তি দাঙি ধৰি কয় যে যিদৰে প্ৰথম বিশ্ব যুদ্ধ আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত বিশ্ব সলনি হৈ গৈছে ঠিক তেনেদৰে কৰ’নাৰ পাছতো পৰিস্থিতিৰ সলনি হৈ যাব।

সূত্ৰসমূহে জানিব দিয়া মতে প্ৰধান মন্ত্ৰীয়ে এইবাৰ ৰাজ্যসমূহকো লকডাউনৰ নিয়ম শিথিল কৰাৰ অধিকাৰ দিয়াৰ কথা চিন্তা কৰিছে যাতে তেওঁলোকৰ ইচ্ছানুসাৰে নিয়মসমূহ বলবৎ কৰিব পাৰে।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰ অনুসৰি ৰাজ্যসমূহে লকডাউন সৰল কৰি তুলিবলৈ ৰণকৌশল সম্পৰ্কে চিন্তা কৰা উচিত।

কিয়নো ৰাজ্যসমূহে প্ৰধান মন্ত্ৰীক অৱগত কৰি আহিছে যে লকডাউন দীৰ্ঘসময়লৈকে চলিলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰ চৰম অৱনতি ঘটিব।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd