• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংবাদ মাধ্যমক তাচ্ছিল্য প্ৰধান মন্ত্ৰীৰ, আছু-কংগ্ৰেছৰ গৰিহণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 9, 2019 10:35 pm
Prime Minister of India Narendra Modi delivering lecture during public meeting of BJP in Changsari ,Kamrup,Assam on 09-02-19.pix by UB PHOTOS

নৰেন্দ্ৰ মোদীৰ ফাইল ফটো। ছবি- ইউ বি।

721
VIEWS
Share on FacebookShare on Twitter

অসমৰ একাংশ বিজেপি নেতাৰ পৰম্পৰা ৰক্ষা কৰি শনিবাৰৰ বিশাল সভাত খোদ প্ৰধান মন্ত্ৰী মোদীয়েও তৰল মন্তব্য কৰিলে সাংবাদিকক লৈ।

সভাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক ‘বেচেৰা’ আখ্যা দিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তেওঁ কয়, ‘মোৰ সম্পূৰ্ণ বিশ্বাস গুৱাহাটীৰ পৰা ছপা হোৱা বাতৰি কাকতসমূহত এই বৃহৎ ৰে’লিৰ বাতৰি কাইলৈ প্ৰকাশ নাপায়। ইয়াত যিসকল বেচেৰা সাংবাদিক আহিছে, তেওঁলোকে বহু কষ্ট কৰি বাতৰি সংগ্ৰহ কৰি নিব; কিন্তু তেওঁলোকৰ মালিকে তেওঁলোকৰ কষ্টসমূহ সম্পূৰ্ণ হ’বলৈ নিদিয়ে।‘

প্ৰধান মন্ত্ৰী এজনে সংবাদ মাধ্যমৰ বিষয়বস্তুক লৈ কৰা এই মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিৰোধী কংগ্ৰেছ।

আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই মোদীৰ এই “অসন্মানজনক, তাচ্ছিল্যসূচক” মন্তব্যৰ গৰিহণা দি কয়, “সংবাদ মাধ্যমে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহৰ মতবোৰ প্ৰকাশ কৰাটো প্ৰধান মন্ত্ৰীৰ সহ্য হোৱা নাই।”

বিধেয়কৰ বিৰুদ্ধে অসমৰ জনগণৰ প্ৰতিবাদ সবিস্তাৰে প্ৰকাশ আৰু প্ৰচাৰ কৰাটো মোদীয়ে সহ্য কৰিব পৰা নাই বুলি মন্তব্য কৰি ভট্টাচাৰ্য্যই লগতে কয় যে দেশৰ প্ৰধান মন্ত্ৰী হোৱা সত্ত্বেও মোদীৰ দৃষ্টিভংগি আক্ৰোশমূলক।

মোদীয়ে যিমানেই আক্ৰমণ নকৰিলেও অসমৰ সংবাদ মাধ্যমৰ গাত অলপো আঁচোৰ নপৰে বুলিও মন্তব্য কৰে ভট্টাচাৰ্য্যই।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যক ‘অতি দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰিছে অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

তেওঁ কয়, ‘মোদী তথা বিজ্যপিৰ অন্য নেতাই সমালোচনা আৰু সত্য সহ্য কৰিব নোৱাৰে। মোদীয়ে বিজেপি দলৰ ফে’চিষ্ট মনৰ পৰিচয় দিলে।‘

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd