• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোদীয়ে আৱিষ্কাৰ কৰিছে কোভিড ভেকচিন! দাবী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ

NE NOW NEWS তন্ময় চক্ৰৱৰ্তী
আগৰতলা , February 15, 2021 1:16 pm

2 min read

index-1.jpgaaa-1-750x375

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

197
VIEWS
Share on FacebookShare on Twitter

কামকাজেৰে বিপ্লৱ আনিবলৈ সক্ষম নহ’লেও কথাৰে বিপ্লৱ অনাত কোনো ত্ৰুটী কৰা নাই ত্ৰিপুৰাৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এইবাৰ দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড ভেকচিন আৱিষ্কাৰ কৰিছে।

তেওঁ কয়,’’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত স্থানীয় পদ্ধতিৰে ভেকচিন আৱিষ্কাৰ কৰি কৰ’নাক এশিকনি দিছে।‘’

বিপ্লৱ দেবৰ এইটো আছিল নতুন বক্তৱ্য। দেওবাৰে তেওঁ ৰাজ্যখনৰ অসামৰিক বিষয়াসকলৰ এখন সভাত ভাষণ দিয়াৰ সময়ত এই বক্তৱ্য আগবঢ়ায়।

ত্ৰিপুৰা অসামৰিক সেৱাৰ বিষয়াসকলৰ যৌথ মঞ্চ ত্ৰিপুৰা চিভিল চাৰ্ভিছ অ’ফিচাৰ এছ’চিয়েশ্যনে আগৰতলাৰ কামিনী কুমাৰ সিংহ মেম’ৰিয়েল স্কুলত এএক কাৰ্যসূচীৰ আয়োজন কৰিছিল।

এই কাৰ্যসূচীৰ সময়ত সংস্থাটোৱে দৰিদ্ৰ লোকৰ মাজত কম্বল আৰু শিক্ষাৰ সামগ্ৰী বিতৰণ কৰে।

ইয়াতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কৰ’নাই আমাক বহু কথা শিকালে। সামাজিক দূৰত্ব, শৃংখলাবদ্ধতাৰ দৰে কথাবোৰ কৰ’নাই আমাক শিকালে।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে দেশত থলুৱা পদ্ধতিৰে ভেকচিনৰ আৱিষ্কাৰ কৰি কৰ’নাক শিক্ষা দিলে বুলিওতেওঁ কয়।

তেওঁ লগতে কয় যে যিদৰে মোদীয়ে কৰ’নাক শিকালে, কৰ’নাই আমাক আত্মবিশ্বাসী হ’বলৈ শিকালে যাৰ বাবে জনসাধাৰণে বৰ্তমান কৰ’না সন্দৰ্ভত শংকিত নহয়। কিয়নো আমাৰ দেশৰ আদৰণীয় প্ৰধানমন্ত্ৰীয়ে দেশত ভেকচিনৰ আৱিষ্কাৰ কৰিছে। ভাৰতে এয়া ২৫খন দেশক বিনামূলীয়াকৈ আগবঢ়াইছে। এয়াই আমাৰ নৰেন্দ্ৰ মোদী।

তেওঁ কয় যে বাংলাদেশ আমাৰ চুবুৰীয়া দেশ য’ত ভাৰত চৰকাৰে টীকাকৰণৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে এদিন পূৰ্বে বিপ্লৱ দেবে দাবী কৰিছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নেপাল আৰু শ্ৰীলংকাতো চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd