• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে কৃষক সকলৰ সঁচা হিত চিন্তক : অমিত শ্বাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 9:57 pm

1 min read

Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433-1140x570

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

187
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ-হাজাৰ কৃষকে প্ৰায় এমাহ ধৰি দিল্লীৰ সীমাত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰকীয়ে শুকুৰবাৰে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে কৃষকসকলৰ সঁচা হিত চিন্তক।

তেওঁ কয় যে যোৱা আঢ়ৈ বছৰৰ ভিতৰত ১০ কোটি কৃষকৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে ৯৫,০০০ কোটি টকা জমা কৰি দিছে।

তেওঁ লগতে কৃষি আইন তিনিখন কৃষকৰ হিতৰ বাবেই বুলিয়েই মন্তব্য কৰে।

তেওঁ লগতে কয় যে য়ুপিএ চৰকাৰৰ দিনত কৃষি বাজেটত আছিল ২১,৯০০ কোটি আৰু আজি প্ৰধান মন্ত্ৰীৰ মোদীৰ দিনত বৃদ্ধি কৰা হৈছে ১,৩৪,৩৯৯ কোটিলৈ।

উল্লেখ্য যে, দিল্লীৰ সিঙ্ঘু সীমান্তত পঞ্জাৱ-হাৰিয়ানাৰ লগতে দেশৰ অন্য প্ৰান্তৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd