• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2021 12:26 pm
Modi-2
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত কৰ’না ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্য সমূহৰ মুখ্য মন্ত্ৰীসকলে ভেকচিন গ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি দেশৰ সাধাৰণ জনতাৰ মাজত ভেকচিনৰ প্ৰতি বিশ্বাস জগোৱাৰ উদ্দেশ্যেই প্ৰধান মন্ত্ৰী আৰু বাকী নেতাসকলক প্ৰতিষেধক দিয়া হ’ব।

Apply Now

উল্লেখ্য যে প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ত ৫০ বছৰৰ ওপৰৰ লোকক ভেকচিন প্ৰদান কৰা হ’ব বুলি টীকাকৰণ আৰম্ভ হোৱাৰ প্ৰথম দিনটোত প্ৰধান মন্ত্ৰী মোদীয়ে কৈছিল।

প্ৰধান মন্ত্ৰীৰ উপৰি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাজ্য সমূহৰ মুখ্য মন্ত্ৰী, ৰাজ্যপালকে ধৰি মন্ত্ৰীসভাৰ আন আন সদস্যসকলেও ভেকচিন ল’ব।

অৰ্থাৎ ৫০ বছৰৰ ওপৰৰ সকলো সাংসদ আৰু বিধায়ককে ক’ৰ’না ভেকচিন প্ৰদান কৰা হ’ব।

তদুপৰি দ্বিতীয় পৰ্যায়ত, নিৰাপত্তা বাহিনীৰ কৰ্মী আৰু ৫০ বছৰৰ ওপৰৰ লোকসকলক প্ৰতিষেধক দিয়া হ’ব।

কিন্তু টীকাকৰণৰ দ্বিতীয় পৰ্যায় এতিয়া আৰম্ভ হ’ব সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে যোৱা ১৬ জানুৱাৰিৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে টীকাকৰণৰ প্ৰথম পৰ্যায়। প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মী আৰু ক’ৰ’নাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিয়া লোকসকলক প্ৰতিষেধক দিয়া হৈছে।

উল্লেখ্য যে ভেকচিনক লৈ সাধাৰণ জনতাৰ মাজত কিছু ভয়ৰ উদ্ৰেগ ঘটিছে। এই ভয় নোহোৱা কৰিবলৈ প্ৰধান মন্ত্ৰীকে ধৰি আন আন লোকসকলক দ্বিতীয় পৰ্যায়ত প্ৰতিষেধক দিয়া হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm
SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 25, 2026 10:51 am
ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

October 25, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm
SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd