DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘাতক কোভিডে কাঢ়ি নিলে প্ৰধানমন্ত্ৰী মোদীৰ খুৰীয়েকৰ প্ৰাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 7:24 am
Narendra_Modi_PTI
674
VIEWS
Share on FacebookShare on Twitter

দেশত দিন বাগৰাৰ লগে লগে ক’ৰ’না পৰিস্থিতি উন্নত হোৱাৰ সলনি অধিক বেয়াৰ দিশলৈহে গতি কৰা পৰিলক্ষিত হৈছে।

দেশত প্ৰতি দিনে বহু লোকে ক’ৰ’নাক মৃত্যুগৰণ কৰাৰ লগতে লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিয়ালতো ক’ৰ’নাই আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

কালি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীৰ খুৰীয়েকৰ ক’ৰ’নাত মৃত্যু ঘটে।

গুজৰাটৰ আহমেদাবাদৰ নিউ ৰনিপ অঞ্চলত বাস কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ খুৰীয়েক নৰ্মদা বেন কিছুদিন আগতে মাৰাত্মক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

প্ৰথমাৱস্থাত তেওঁক ঘৰতে ৰাখি চিকিৎসা কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মঙলবাৰে সন্ধিয়া নৰ্মদা বেনৰ মৃত্যু ঘটে।মৃত্যুৰ সময়ত মোদীৰ খুৰীয়েক নৰ্মদা বেনৰ বয়স প্ৰায় ৮০ বছৰ হৈছিল বুলি জানিব পৰা গৈছে।

মোদীৰ খুৰাক জগজীৱন দাসৰ বহু বছৰ পূৰ্বে মৃত্যু ঘটিছিল।

উল্লেখ্য দেশত এতিয়া ক’ৰ’না ভাইৰাছে বিভিন্ন ৰাজ্যৰ জনতাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।

বহু কেইখন ৰাজ্যত সাময়িক ভাবে লকডাউন ঘোষণা কৰা হৈছে।

কোনো কোনো ৰাজ্যত নৈশ সান্ধ্যআইন জাৰি কৰা হৈছে। দিল্লীত এতিয়া অক্সিজেনৰ চাহিদা ভালেখিনি পূৰণ কৰিব পৰা গৈছে।

বিশেষকৈ কালি দিল্লীত অক্সিজেন এক্সপ্ৰেছ প্ৰৱেশ কৰাৰ পিছত ৰাজ্য খনত অক্সিজেনৰ ভাণ্ডাৰ কিছু হ’লেও বৃদ্ধি পাইছে।

Recent News

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd