• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মণিপুৰ বহুদূৰ! ডেৰঘণ্টাৰ পিছত মোদীৰ ভাষণত মণিপুৰ প্ৰসংগ, বিৰোধীৰ সদন ত্যাগ

‘জিগড় কা টুকড়া’ মণিপুৰলৈ শান্তি পুনৰ ঘূৰি অহাৰ আশ্বাস মোদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 8:16 pm
Modi Manipur no trust motion
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ উত্তৰত আজি সংসদত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে। হিংসাজৰ্জৰ মণিপুৰ সন্দৰ্ভত কেন্দ্ৰৰ বিফলতা আৰু মোদীৰ মৌনতাৰ দোহাই দি বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ উত্তৰত বিগত তিনিমাহৰ মূৰত প্ৰথমবাৰৰ বাবে অগ্নিগৰ্ভৰ মণিপুৰত শান্তি স্থাপনৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

অৱ্শ্যে মোদীৰ এই দুঘণ্টাৰো অধিক সময়ৰ মাৰাথান ভাষণত ডেৰঘণ্টাৰ পিছতহে ওলায় মণিপুৰ প্ৰসঙ্গ। এই দীৰ্ঘ সময়জুৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত মণিপুৰ সন্দৰ্ভত কোনো মন্তব্য নকৰাৰ বাবে সদন ত্যাগ কৰে বিৰোধীয়ে। বিৰোধীৰ সদন ত্যাগৰ পিছতহে ভাষণত মণিপুৰৰ প্ৰসঙ্গ উল্লেখ কৰে মোদীয়ে।

Apply Now

মণিপুৰৰ বিষয়ত বিৰোধীৰ প্ৰশ্নক কেৱল ৰাজনীতি খেলা আখ্যা দি মোদীয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে মণিপুৰৰ সকলো কথা বুজাই দিছে, কিন্তু বিৰোধীয়ে কেৱল ৰাজনীতি খেলাহে বিচাৰিছে। মোদীয়ে মণিপুৰৰ অশান্তময় পৰিস্থিতিক কংগ্ৰেছৰ ৰাজনীতিৰ ফল বুলিহে দোষাৰোপ কৰে।

ভাষণৰ অধিকাংশ সময় কংগ্ৰেছক কটাক্ষ কৰি মোদীয়ে বিৰোধীৰ সদন ত্যাগৰ পিছত বিৰোধীৰ কথা শুনাৰ ধৈৰ্য্য নাই বুলি আক্ৰমণ কৰে আৰু ইয়াৰ পিছতে মণিপুৰ প্ৰসংগ উল্লেখ কৰি দেশ আৰু সংসদ মণিপুৰৰ লগত আছে বুলি মণিপুৰবাসীক আশ্বস্ত কৰে।

মোদীয়ে কয়, “মণিপুৰৰ মাতৃ-ভগ্নীসকলক ক’ব বিচাৰিছো যে দেশ আৰু সংসদ আপোনালোকৰ লগত আছে। মণিপুৰৰ ৰাইজক আশ্বস্ত কৰিব বিচাৰিছো যে আমি মণিপুৰৰ উন্নয়নৰ বাবে কাম কৰিম।” মণিপুৰসহ সমগ্ৰ উত্তৰ-পূবক ‘জিগৰ কা টুকড়া’ অৰ্থাৎ হৃদয়ৰ এক অংশ বুলি অভিহিত কৰে মোদীয়ে।

ইফালে মণিপুৰত সংঘটিত হোৱা নৃশংস নাৰী উৎপীড়ন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মণিপুৰত নাৰীৰ বিৰুদ্ধে যি গুৰুতৰ অপৰাধ সংঘটিত হৈছিল, সেয়া ক্ষমা কৰিব নোৱাৰা। দোষীক কঠোৰতম শাস্তি নিশ্চিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে।”

“মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰো যে শান্তি পুনৰ ঘূৰি আহিব আৰু মণিপুৰ নতুন আত্মবিশ্বাসেৰে আগবাঢ়ি যাব। মই মণিপুৰৰ ৰাইজক আহ্বান জনাইছো আৰু মণিপুৰৰ মহিলা সকলক কব বিচাৰিছো যে দেশ তেওঁলোকৰ লগত থিয় দিছে।”- মোদীয়ে লগতে কয়।

“আমি একেলগে এই প্ৰত্যাহ্বানৰ সমাধান বিচাৰিম আৰু মণিপুৰত আকৌ এবাৰ শান্তি ঘূৰাই অনা হ’ব” বুলি মণিপুৰবাসীক আশ্বস্ত কৰি মোদীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰে। কংগ্ৰেছে কেতিয়াও উত্তৰ-পূবৰ আৱেগ বুজিবলৈ চেষ্টা কৰা নাই বুলি মোদীয়ে মন্তব্য কৰে।

ইফালে অনাস্থা প্ৰস্তাৱ তেওঁৰ বাবে ভাগ্যৱান বুলিহে অভিহিত কৰে মোদীয়ে। মোদীৰ মতে, অনাস্থা প্ৰস্তাৱ বিৰোধীৰ পৰীক্ষা হিচাপে পৰিগণিত হয় আৰু ৰাইজে তেওঁলোকৰ বিচাৰ কৰি বিজেপিক বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ ঘূৰাই আনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd