• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইছোৰৰ বিজ্ঞানীসকলক প্ৰধান মন্ত্ৰীৰ সম্বোধন; ক’লে বিজ্ঞানত ব্যৰ্থতা নাই, আছে প্ৰয়োগ আৰু পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 9:25 am
modi-isro

ইছৰোৰ বিজ্ঞানীক প্ৰধান মন্ত্ৰীৰ সম্বোধন

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিশা ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ অন্তিম পৰ্য্যায়ত লেণ্ডাৰ বিক্ৰমে ইছৰোৰ কণ্ট্ৰ’ল ৰুমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত শনিবাৰে ৰাতিপুৱাই ইছৰোৰ বাংগালুৰুস্থিত মুখ্য কাৰ্য্যালয়ত দেশৰ বিজ্ঞানীসকলক উৎসাহ জগোৱাৰ বাবে পুনৰবাৰ উপস্থিত হয় দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

ৰাতিপুৱা ইছৰোৰৰ মুখ্য কাৰ্য্যালয়ত বিজ্ঞানীসকলক সম্বোধন কৰি দিয়া ভাষণত প্রধান মন্ত্ৰী মোদীয়ে সমগ্ৰ দেশ ইছৰোৰ সৈতে আছে বুলি মন্তব্য কৰে।

Apply Now

Addressing our hardworking space scientists. Watch. https://t.co/rPRfGBQLJQ

— Narendra Modi (@narendramodi) September 7, 2019

‘‘সমগ্ৰ দেশে চন্দ্ৰ অভিযানক লৈ গৌৰৱ কৰিছে, আমি ইয়াৰ পৰা নতুন শিক্ষা গ্ৰহণ কৰিব পাৰিছো আৰু সেই শিক্ষাৰ বলতে ভবিষ্যতে আমি পুনৰ নতুন নতুন ঠাইলৈ অভিযান আৰম্ভ কৰিব লাগিব। বিজ্ঞানত ব্যৰ্থতা নাই, বিজ্ঞান হ’ল পৰীক্ষা আৰু প্ৰয়োগৰ সংমিশ্ৰণ।’’-প্ৰধান মন্ত্ৰীয়ে বিজ্ঞানীসকলক উৎসাহ প্ৰদান কৰি কয়।

লগতে পঢ়ক : লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন ইছোৰৰ; প্ৰধান মন্ত্ৰীয়ে ক’লে হতাশ নহ’ব, সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ সৈতে আছে

আনহাতে, প্ৰথমটো প্ৰয়াসতে মঙল গ্ৰহলৈ সফল অভিযান চলোৱা, একেলগে ১০০ টা উপগ্ৰহ উক্ষেপন কৰা আদিকে ধৰি সফলতাৰ অভিধান ইছৰোৰ নামত থকাৰ পাছত ইছৰোৰ নিৰাশ হ’বলগীয়া কোনোধৰণৰ কথা নাই বুলিও মোদীয়ে উল্লেখ কৰে।

তদুপৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সফলতা আহিবলৈ এতিয়াও বাকী আছে বুলি কৈ বিজ্ঞানীসকলৰ ত্যাগ আৰু কষ্টৰ সলাগ লয় মোদীয়ে।

লগতে পঢ়ক : ভাৰতৰ মহাকাশ যাত্ৰাৰ সফলতাৰে শ্ৰীহৰি কোটাৰ পৰা ‘চন্দ্ৰযান-২’ৰ সফল উক্ষেপণ; অভিযানৰ অংশীদাৰ অসমীয়া বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী

মোদীয়ে উপদেশ দিবৰ বাবে নহয় বিজ্ঞানীসকলৰ পৰা অনুপ্ৰেৰণা ল’বৰ বাবেহে পুনৰ তেওঁলোকৰ মাজলৈ আহিছে বুলি উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীয়ে ইছৰোৰৰ বিজ্ঞানীসকলক উদ্দেশ্য কৰি কয় ”আপোনালোক হৈছে অনুপ্ৰেৰণাৰ সাগৰ আপোনালোকৰ প্ৰয়াস, ত্যাগ, জ্ঞান আৰু কষ্টৰ বলত আজি ভাৰতে পৃথিৱীৰ শ্ৰেষ্ঠ মহাকাশ গৱেষণা সংস্থা সমূহৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।”

লগতে পঢ়ক : চন্দ্ৰলৈ আৰু এঢাপ; চন্দ্ৰযান-২ৰ পৰা বিচ্ছিন্ন ‘বিক্ৰম’

উল্লেখযোগ্য যে, প্রধান মন্ত্ৰী মোদীয়ে ভাষণ সমাপ্ত কৰিয়ে ইছৰোৰ কাৰ্য্যালয়ত চন্দ্ৰ অভিযানৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিক ব্যক্তিগতভাৱে কৰমৰ্দন কৰে আৰু অধ্যক্ষ কে শিৱানক ধন্যাবদ জ্ঞাপন কৰে।

শুকুৰবাৰে নিশাও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছোৰৰ বিজ্ঞানীসকলৰ সৈতে ইছৰোৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত আছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd