• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ PMAYৰ গৃহ নিৰ্মাণত চলিছে লুণ্ঠনৰাজ : হিতাধিকাৰীয়ে দিব লগা হৈছে গাঁঠিৰ ধন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 31, 2020 3:44 pm
index.jpgs
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত বিধানসভা সমষ্টিৰ দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ মুড়া বস্তি ৷ জাতি মাটি ভেটিৰ কথা কৈ দেশৰ লগতে পঞ্চায়তখনো দখল কৰা ভাৰতীয় জনতা পাৰ্টিৰ দলীয় পৃষ্ঠপোষকতাতেই দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তত চলিছে অবাধ লুণ্ঠন ৰাজ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত উপকৃত হোৱাতকৈ সৰ্বস্ৰান্তহে হ’ব লগা হৈছে দৰিদ্ৰ হিতাধিতাৰী৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত অনুমোদিত ধনৰ উপৰিও হিতাধিকাৰীয়ে ঘৰ বনোৱা ঠিকাদাৰক দিব লগা হৈছে নিজৰ গাঁঠিৰ ধন৷

Apply Now

দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ কলাখোৱা মুড়া বস্তিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী বিচু মুণ্ডাই চৰকাৰৰ পৰা লাভ কৰিছিল এই যোজনাৰ এটা ঘৰ৷

বিচু মুণ্ডাৰ গৃহ নিৰ্মাণৰ দায়ীত্ব লৈছিল জনৈক তামুলী নামৰ এজন ঠিকাদাৰে৷ বিচু মুণ্ডাৰ পৰা গৃহ নিৰ্মাণৰ নামত আৱণ্টিত ১.৩০ লাখ টকা ঠিকাদাৰে লৈ যোৱাৰ পাচতো আজি পৰ্যন্ত সম্পুৰ্ণ নহ’ল বিচু মুণ্ডাৰ প্ৰাধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ৷

এতিয়া ঘৰ নিৰ্মাণৰ বাকী থকা কামৰ বাবে ঠিকাদাৰে হিতাধিকাৰী বিচু মুণ্ডাৰ পৰা অতিৰিক্ত ১৮ হাজাৰ টকা দাবীহে কৰিছে বুলি জনাইছে বিচু মুণ্ডাই৷

১.৩০ লাখ টকা ঠিকাদাৰক আদায় দিয়াৰ পাছত এতিয়া অতিৰিক্ত ১৮ হেজাৰ টকা ঠিকাদাৰক দিব লগীয়া হোৱাত হাবাথুৰি খাইছে বিচু মুণ্ডাই৷

অকল বিচু মুণ্ডাই নহয় মুড়া বস্তিৰ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ বহু ঘৰ নিৰ্মাণ কৰাৰ কাম কৰিছে এইজন ঠিকাদাৰে৷

ঠিকাদাৰে নিৰ্মাণ কৰিবলৈ লোৱা ভুৱন মুণ্ডা, তনুৰাম মুণ্ডা, অজিত মুণ্ডাৰ দৰে দৰিদ্ৰ হিতাধিকাৰীৰ ঘৰ আজিও অসম্পুৰ্ণ হৈ পৰি ৰৈছে৷

মন কৰিবলগীয়া যে এইসমূহ ঘৰ ইতিমধ্যে নিৰ্মাণ সম্পুৰ্ণ হোৱা বুলি বিভাগীয় তথ্যত দেখুৱা হৈছে৷

একেদৰে এই অঞ্চলৰে ২০১৭ – ১৮ বৰ্ষ কালত অনুমোদিত পোনা মুণ্ডাৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজিও অসম্পুৰ্ণ হৈয়ে পৰি আছে৷

জাতি মাটি ভেটিৰ কথাকৈ পঞ্চায়ত দখল কৰা ৰাজনৈতিক দলৰ দালাল ৰূপী ঠিকাদাৰৰ কৱলৰ পৰা হিতাধিকাৰীক উদ্ধাৰ কৰিব পাৰিবনে গোলাঘাট পশ্চিম খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰে!

এই ঘটনাৰ সম্পৰ্কত বোকাখাতৰ মহকুমাধিপতি আৰু গোলাঘাট জিলাৰ উপায়ুক্তক এক উচিত তদন্তৰ নিৰ্দেশ দিবৰ বাবেও দাবী কৰিছে স্থানীয় জনসাধাৰণে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd