• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো ‘আয়ুস্মান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ আঁচনিৰ শুভাৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2018 8:12 am
279
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো ‘আয়ুস্মান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক অনুষ্ঠানত শুভাৰম্ভ কৰে।

আঁচনিখন উদ্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰ পৰা সমাজৰ দৰিদ্ৰতম লোকসকলে উন্নত চিকিৎসা লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ উদ্বিগ্নতাত ভূগিব নালাগে যিহেতু এই আঁচনিখনে হিতাধিকাৰী সকলক বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰিব।

অনুষ্ঠানটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যৰ ১ কোটি ৪০ লাখ জনসাধাৰণৰ জীৱন স্পৰ্শ কৰিবলৈ প্ৰয়াস কৰিছে।

তাৰোপৰি শৰ্মাই কয় যে এই যোজনাখনৰ অধীনত অসম চৰকাৰে নিৰ্বাচিত পৰিয়ালসমূহক অহা ২৪ নৱেম্বৰৰ পৰা লেমিনেটেড় কাৰ্ড প্ৰদান কৰিব আৰু এই প্ৰক্ৰিয়া অহা ১০ অক্টোবৰত সমাপ্ত হ’ব।

এই আঁচনিখনৰ অধীনত ১৩৫০ টা পদ্ধতি আৰু ১৩৯৪ টা চিকিৎসা তথা অস্ত্ৰোপচাৰ পেকেজ সামৰি লোৱা হ’ব আৰু সকলো চিকিৎসা মহাবিদ্যালয় তথা নিৰ্বাচিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত হিতাধিকাৰী সকলে চিকিৎসা লাভ কৰিব।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ১ নৱেম্বৰ ২০১৮ ৰ পৰা সকলো জিলা চিকিৎসালয়তে এই যোজনাৰ অধীনত সেৱা উপলব্ধ হ’ব।

আনহাতে অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সোণোৱালে কেইগৰাকীমান হিতাধিকাৰীক যোজনাখনৰ অদীনত কাৰ্ড বিতৰণ কৰে।

অনুষ্ঠানটোত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, সাংসদ বিজয়া চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd