• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2021 6:39 pm
a job
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি।

আজিৰে পৰা অৰ্থাৎ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই চাকৰিৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়া।

Apply Now

বিভাগটোত ৩৭৭ টা পদ পূৰণৰ বাবে প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচৰা হৈছে।খালী হোৱা পদ কেইটা হৈছে চতুৰ্থ শ্ৰেণীৰ পিয়নৰ পদ।

এই পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা হ’ব লাগিব উচ্চ মাধ্যমিক উত্তীৰ্ণ।

প্ৰাৰ্থীৰ বয়স ২০২১ চনৰ ১ জানুৱাৰীলৈ ৪০ বছৰৰ বেছি হ’ব নোৱাৰিব।

তদুপৰি এই পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম হ’লেও নহ’ব।

অনুসূচিত জাতি ,জনজাতি প্ৰাৰ্থীৰ বাবে ৫ বছৰৰ বয়স ৰেহাই দিয়া হ’ব।অন্যান্য পিছ পৰা জাতিৰ প্ৰাৰ্ছীৰ ক্ষেত্ৰত বয়সৰ সীমা ৩ বছৰলৈ ৰেহাই দিয়া হ’ব।

এই পদসমূহৰ বাবে ২৭ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।

প্ৰাৰ্থীয়ে অনলাইন আবেদন জনাবলৈ এই লিংকলৈ যাব লাগিব—  http://pnrdassam.org/grade_four_recruitment/public/#/।

নিয়োগ বিনিময় কেন্দ্ৰ প্ৰাৰ্থীৰ নাম পঞ্জীয়ন হৈ থাকিব লাগিব।

এই পদত দৰমহাৰ নিৰিখ হৈছে ১২,০০০ ৰ পৰা ৫২,০০০  টকা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am
ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd