• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰ নদীত জাপ দি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা চোৰাংচিকাৰীৰ মৃতদেহ উদ্ধাৰ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
February 11, 2022 10:39 am
Poacher Uttam Khaklari

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত চোৰাং চিকাৰী উত্তম খাকলাৰী।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ থকা পলাতক চোৰাংচিকাৰী উত্তম খাকলাৰীৰ মৃতদেহ ১০ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ শিলেখুণ্ডা অঞ্চলত যোৱা ২০ জানুৱাৰীত উদ্ধাৰ হোৱা খৰ্গ বিহীন গঁড়টোৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল উত্তম খাকলাৰী ৷

 ৭ ফেব্ৰুৱাৰীৰ দিনা গোলাঘাট আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৰ উৰীয়ামঘাটৰ ৰেংমাইপুৰৰ পৰা স্থানীয় লোকৰ সহযোগত আটক কৰিছিল উত্তম খাকলাৰী নামৰ এই চোৰাং চিকাৰীটোক ৷

Apply Now

লগতে পঢ়ক: বনৰীয়া ম’হৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুই শিশু; বন বিভাগে গুলি ফুটাই প্ৰেৰণ কৰিলে বনাঞ্চললৈ

কৰায়ত্ব কৰাৰ পিছত সোমবাৰৰ নিশালৈ কঁহৰা বনাঞ্চলৰ অধীনৰ ব্ৰহ্মপুত্ৰৰ মাজৰ কাৰ্ত্তিকা টাপুলৈ নিয়াৰ সময়তে হাতত হেণ্ডকাফ লৈয়ে নদীত জাপ দি পলায়ন কৰিছিল দুধৰ্ষ চোৰাংচিকাৰী উত্তম খাকলাৰীয়ে।

এই ঘটনাৰ পিচতেই ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগে নিৰুদ্দিষ্ট উত্তম খাকলাৰীৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰৰ দিনা কাৰ্ত্তিকা টাপুৰ নাতি দুৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুতে উত্তম খাকলাৰীৰ মৃতদেহ উদ্ধাৰ হয় ৷

উল্লেখ্যে যে নগা ৰেজিমেন্টৰ জোৱান আছিল উত্তম খাকলাৰী ৷ সেনা বাহিনীৰ অনুশাসন উলংঘা কৰাৰ বাবে ২০১৫ চনত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় উত্তম খাকলাৰীক‌।

লগতে পঢ়ক: অসমতো মুন্নাভাই এমবিবিএছ! ’নীট’ ক্লিয়েৰ কৰি এইমছত ছীট পোৱা চাহ বিক্ৰেতা যুৱকৰ কাহিনী ‘ভুৱা’; স্থানীয় লোকৰ তদন্ত দাবী

জানিব পৰা মতে কহঁৰাৰ শিলেখুণ্ডা বন শিবিৰ এলেকাত হোৱা গঁড় হত্যাৰ মূল শ্বুটাৰ আছিল উত্তম খাকলাৰী‌ আৰু এই অভিযোগতেই উত্তম খাকলৰীক উৰিয়ামঘাটৰ পৰ কৰায়ত্ব কৰিছিল আৰক্ষীয়ে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd