• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰি মহিলাসহ পাঁচগৰাকী লোকক মহতিয়াই নিলে ট্ৰাকে

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 4, 2021 5:06 pm
UP road-accident-1

প্ৰতিনিধিত্বমূলক ছবি

204
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্রদেশৰ সৰস্বতী জিলাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূর্ঘটনা।

সৰস্বতী জিলাৰ আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ মৌর্যই জনোৱা মতে, শুকুৰবাৰে নিশা প্রায় ৯ বজাত বলৰামপুৰ জিলাৰ নজন লোকে নাৰায়ণপুৰৰ দৰগাহ শ্বৰীফৰ পৰা উভতি অহাৰ সময়তে বাহনখনে এখন মালবাহী ট্রাকত খুন্দা মৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত বাহনখন পথতে বাগৰি পৰে আৰু পিছফালৰ পৰা আহি থকা অন্য এখন তীব্রবেগী ট্রাকে আটাইকেইজন লোককে মহতীয়াই নিয়ে।

দুর্ঘটনাটোত চাৰিগৰাকী মহিলাসহ পাঁচজন ব্যক্তি ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় বুলি জিলা আৰক্ষী অধীক্ষক মৌর্যই জানিবলৈ দিয়ে।

নিহত চাৰিগৰাকীক নিজামু (৩৫), কিতাবুলনিচা (৭১), পাৰবীন (২৫), ৰুবীনা (২৫) বুলি আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে।

আনহাতে আন এগৰাকী মৃত মহিলাক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম নহ’লেও তেওঁৰ বয়স প্রায় ৫০ বছৰৰ হ’ব বুলি অনুমান কৰিছে।

আনহাতে দুর্ঘটনাত গুৰুতৰভাৱে আঘাটপ্রাপ্ত চাইৰা বানু (৪০), আছমা (২৫),  বাচ্ছাউদ্দিন (২৫)ক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ স্থানীয় বাহৰাইচ চিকিৎসালয়ত ভর্তি কৰোৱা হয়।

উত্তৰ প্রদেশ চৰকাৰৰ এক বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে দুর্ঘটনাৰ বাবে শোক প্রকাশ কৰি তৎক্ষণাত কার্যকৰী হোৱাকৈ আঘাতপ্রাপ্তসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় প্রশাসনক নির্দেশ দিছে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd