• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষী আৰু বি এছ এফৰ পৃথক অভিযানত ৪৯ টা গৰু উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 7, 2019 7:14 am

1 min read

Rescued cattle

উদ্ধাৰ হোৱা গৰুবোৰ

439
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে আৰক্ষী আৰু বিএছএফে ভাৰত-বাংলাদেশ সীমান্তৰ বিভিন্ন স্থানত অভিযান চলাই ৪৯ টা গৰু উদ্ধাৰ কৰাৰ লগতে দুজন গৰু সৰবৰাহকাৰীক আটক কৰে।

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে মুঠ ২৫ টা গৰু উদ্ধাৰ কৰে আৰু মহামায়া চৰৰ পৰা ৯ টা গৰু আৰু দুজন গৰু সৰবৰাহকাৰীক আটক কৰে।

পৰৱৰ্তী সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰা লোক দুজনক সুখচৰ আৰক্ষীৰ হাতত গটাই দিয়ে।

আনহাতে, মানকাচাৰ আৰক্ষীৰ এটা দলেও একেটা দিনতে অভিযান চলাই ১৫ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ ভাৰতৰ পৰা এক বৃহৎ চক্ৰই অবৈধভাৱে গৰু সৰবৰাহ কৰি আহিছে।

বি এছ এফে আৰু আৰক্ষী বাহিনীয়ে চোৰাং ভাবে গৰু সৰবৰাহ কৰা অবৈধ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও বৃহৎ চক্ৰটোৱে এতিয়াও অবৈধভাৱে গৰুৰ চালান অব্যাহত ৰাখিছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd