• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জখলাবন্ধাৰ পৰা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গ্ৰুপৰ বৃহৎ ‘গেং’ আটক

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 1, 2019 11:19 am
Screenshot_20190601_103228

জখলাবন্ধাত আৰক্ষীয়ে আটক কৰা ইৰাণী গ্ৰুপৰ সদস্যসকল। ফটো : নৰ্থইষ্ট নাও

957
VIEWS
Share on FacebookShare on Twitter

জখলাবন্ধাত থিতাপি লৈ থকা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গ্ৰুপৰ এটা বৃহৎ ‘গেং’ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত গুৱাহাটী মহানগৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে চলোৱা যৌথ অভিযানত শুকুৰবাৰে নিশা জখলাবন্ধাৰ পৰা এই দহজনীয়া দলটোক আটক কৰে।

জখলাবন্ধাৰ বিভিন্ন স্থানত বিহাৰ আৰু পশ্চিম বংগৰ পৰা আহি থিতাপি লৈ নগাওঁ, শোণিতপুৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি ‘বান্দৰ কেকোৱা’ ব্যৱহাৰৰে ডকাইতি অব্যাহত ৰাখিছিল। দলটোৱে গুৱাহাটী ,তেজপুৰ ,নগাঁও ,ৰঙিয়া আদি বিভিন্ন ঠাইত বহুদিনৰ পৰা  সন্ত্ৰাস চলাই আছিল।

IMG-20190601-WA0001
ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীৰ কিছু অংশ। ফটো : নৰ্থইষ্ট নাও

শুকুৰবাৰে নিশা মহানগৰ আৰক্ষী, কলিয়াবৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পৰা লাভ কৰা নিশ্চিত খবৰৰ ভিত্তিত চলোৱা অভিযানত ইৰাণী গ্রুপটোক আটক কৰাৰ লগতে দলটোৰ পৰা এখন পালছাৰ বাইকৰ লগতে বান্দৰ কেঁকোৱাকে ধৰি ডকাইতি কাণ্ডত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

আটকাধীন দলটোৰ সদস্য সকল হ’ল ক্ৰমে বিহাৰৰ ফিৰোজ যাদৱ , বিনয় যাদৱ , শিৱা যাদৱ, দিপেশ সিং, অভ্যা যাদৱ ,আকাশ যাদৱ, দিপেশ দাস আৰু পশ্চিমবংগৰ আনিশ গোৱালা, ৰিটেশ গোৱালা আৰু আটিফ গোৱালা।

আনহাতে, দলটোৰ আন সদস্যসকলকো আটক কৰিবলৈ আৰক্ষীয়ে অভিযান  অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd