DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুৰীয়াত আৰক্ষীৰ অভিযানত তিনিজন চোৰ আটক; জব্দ এটা হস্ত নিৰ্মিত পিষ্টল আৰু দুখন গাড়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2019 6:05 pm
Swift Car2019

আৰক্ষীৰ অভিযানত জব্দ হোৱা চুইফ্ট গাড়ীখন।

1.5k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ জুৰীয়াত আৰক্ষীয়ে অভিযান চলাই এখন চাৰিচকীয়া গাড়ী, এখন দুচকীয়া বাহন আৰু এটা হস্ত নিৰ্মিত পিস্তল জব্দ কৰিবলৈ সক্ষম হয়।

জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পন শইকীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে জব্দ কৰা ছুইফ্ট ডিজায়াৰ গাড়ী খনৰ লগতে গাড়ীখন চুৰ কৰা তিনিজন চোৰ ক্ৰমে মতলাবুৰ ৰহমান, আজাদ আলী আৰু মানস শইকীয়াক আটক কৰে।

১ জুনত চোৰকেইজনে জুৰীয়াৰ ইন্দ্ৰ বৰা নামৰ এজন গাড়ী চালকৰ ঘৰৰ পৰা এ এছ-০১-বিভি-৭৩৯৯ নম্বৰৰ গাড়ীখন চুৰ কৰিছিল। গাড়ীখন চুৰিহোৱাৰ তিনিদিনৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাটো আৰক্ষীৰ বাবে বৃহৎ সফলতাৰূপে বিবেচিত হৈছে।

আনহাতে, আটক কৰা চোৰ তিনিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত জুৰিয়া আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৩ জুনত নিশা জুৰীয়া মৰাণ গাঁৱৰ মতলাবুৰ ৰহমানৰ ঘৰৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল আৰু এখন ষ্টাৰ চিটি বাইক উদ্ধাৰ কৰে।

স্থানীয় ৰাইজৰ অভিযোগ মতে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চুৰি-ডকাইতিৰ লগতে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য্য সংঘটিত হৈ আহিছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd