• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Police Caught in CCTV Camera বেজৰ নাকত খৰ! মহানগৰীত চোৰৰূপী আৰক্ষীয়ে কাৰ্যালয়ত চলালে চাফাই অভিযান

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 18, 2021 7:44 pm
WhatsApp Image 2021-11-18 at 7.21.18 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Police caught in CCTV camera আৰক্ষীয়ে চোৰ ধৰে! ওহোঁ নধৰে! সংলগ্ন কৰা ভিডিওত দৃশ্য দেখিলেই সকলো স্পষ্ট হৈ পৰিব। মহানগৰীত ওলাইছে চোৰ ৰূপী আৰক্ষী!

চোৰৰ দেহত দেহত খাকী পোছাক; মূৰত আৰক্ষীৰ টুপী, কৰ্ম পিছে চুৰি কাৰ্য্য।

চি চি টিভি কেমেৰাত ধৰা পৰা আৰক্ষীৰ পোছাক পৰিহিত এইজন চোৰে প্ৰথমে হাতত সাৰে ভৰিত সাৰে প্ৰৱেশ কৰিছে এই কাৰ্যালয়ত। তাৰ পাছতে ইফালে সিফালে চাইছে,,, কিজানিবা কোনোবাই দেখা পায়,,, পিছে নাই কোনো নাই,,, সেয়ে বেগ লৈ উধাও হ’ল এইটো চোৰৰূপী আৰক্ষী পোছাকধাৰী। পিছে বপুৰাই গমেই নাপালে ওপৰত এটা চি চি কেমেৰা লাগি আছে।

Apply Now

ঘটনাৰ স্থান গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি। মহানগৰীৰ বশিষ্ঠ বি এইচ ৰোডৱেজ কৰ্পোৰেচনৰ কার্যালয়ত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি আৰক্ষীৰ পোছাকধাৰী এইজন লোকে লৈ গ’ল এটা বেগ। যি বেগত আছিল নগদ ধন সহ মূল্যবান নথি পত্ৰ।

Also Read: APCC Files Case Against Kangana পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে অসমত গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে

ইতিমধ্যে ভুক্তভোগী শান্তনু চক্ৰৱৰ্তীয়ে চি চি ভিজুৱেল সহ বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে যদিও মহানগৰ আৰক্ষীয়ে শুংসূত্ৰই উলিয়াব পৰা নাই খাকী পোছাকধাৰী চোৰ জনৰ।

এইদৰে এতিয়া আইনৰ ৰক্ষকৰূপী আৰক্ষীৰ খাকী পোছাক ধাৰী চোৰে সৃষ্টি কৰিছে চাঞ্চল্য। এনেই নকয় নহয়,,, চোৰকে মোৰে পায় বেজৰ নাকত খৰে খায়। খাকী পোছাকধাৰীৰ এই কাণ্ডই যেন বেজৰূপী আৰক্ষীৰ নাকত ধৰি চাকত ঘূৰোৱা অৱস্থা কৰিলে। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd