• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰি কোটিৰ বিলাসী আশ্ৰমত গোপন কোঠা-কেফে! হাথৰছৰ ভোলে বাবাৰ সম্পত্তি দেখি চকু থৰ আৰক্ষীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 4, 2024 1:14 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাথৰছৰ সৎসংগত পদপিষ্ট হৈ ১২১ জন লোকৰ মৃত্যুৰ পিছত ইটোৰ পিছত সিটোকৈ নাৰায়ণ সৰকাৰ হৰিৰ নামত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। হাথৰছৰ এই স্বঘোষিত গডমেন জন ভোলে বাবা নামেৰেই জনপ্ৰিয়। এইবাৰ তেওঁৰ বিশাল সম্পত্তিৰ সন্ধান পোৱা গৈছে। এই ভোলে বাবা কিমান টকাৰ মালিক?

নাৰায়ণ সৰকাৰ হৰি ওৰফে ভোলে বাবাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আছে। তেওঁ ২৩ বছৰ পূৰ্বে এগৰাকী মৃত নাবালকক পুনৰ জীৱিত কৰাৰ দাবী কৰি গ্ৰেপ্তাৰ হৈছিল। এইবাৰ তেওঁৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে কেইবাখনো নথি।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে জব্দ কৰা নথি-পত্ৰৰ পৰা ভোলে বাবাৰ বিপুল সম্পত্তি থকাৰ প্ৰমাণ পোৱা গৈছে। উত্তৰ প্ৰদেশৰ মইনপুৰীত তেওঁৰ ১৩ একৰ মাটিত পাঁচ তাৰকাযুক্ত আশ্ৰম আছে। ইয়াৰ বজাৰ মূল্য ৪ কোটি টকা।

Apply Now

লগতে পঢ়কঃমোডী চৰকাৰে গঠন কৰিলে আঠখন কেবিনেট কমিটী; গুৰুত্ব বাঢ়িছে মিত্ৰ দলৰ, বিকল্প নাই!

মইনপুৰীৰ এই বিলাসী আশ্ৰমখন ২১ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে। আশ্ৰমৰ কোঠাবোৰত পাঁচ তাৰকাযুক্ত হোটেলৰ সুবিধা আছে। ভোলে বাবাৰ বাবে আছে ছটা কোঠা। আন ছটা কোঠাত সমিতিৰ সদস্য আৰু স্বেচ্ছাসেৱকসকল থাকে। তেওঁলোকেই বাবাৰ সৎসংগৰ আয়োজন কৰে।

ইয়াতেই শেষ নহয়। ব্যক্তিগত কোঠাৰ উপৰিও আশ্ৰমত আছে এটা বিশাল কেফেটেৰিয়া। নাৰায়ণ সৰকাৰ হৰিৰ দাবী, তিনি-চাৰি বছৰ আগতে এই আশ্ৰমৰ মাটি উপহাৰ হিচাপে পাইছিল। নথি অনুসৰি সুৰয পল ওৰফে নাৰায়ণ সৰকাৰ হৰি বা ভোলে বাবাৰ আন একাধিক ভূমি সম্পত্তি আছে। বিদেশতো তেওঁৰ নামত আশ্ৰম আছে।

লগতে পঢ়কঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ে নিৰক্ষৰ কৃষকৰ বাবে প্ৰথমবাৰ প্ৰৱৰ্তন কৰিছে এক অনন্য পাঠ্যক্ৰম

হাথৰছৰ ফুলাৰী গাঁৱৰ সৎসংগত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ বিষয়ে মুকলিকৈ কৈছে নাৰায়ণ সৰকাৰ হৰিয়ে। ভোলে বাবাই মৃতকৰ শোক প্ৰকাশ কৰি কয়, ‘মই দুৰ্ঘটনাৰ পূৰ্বেই সেই স্থান এৰি থৈ আহিছিলোঁ।’ তেওঁ দাবী কৰে যে এই দুৰ্ঘটনাৰ বাবে সমাজবিৰোধীসকলে দায়ী। ১২১ জন লোকৰ প্ৰাণ হেৰুৱা ঘটনাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এ পি সিঙক নিযুক্ত কৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd