DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড্ৰাগছ সহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2019 9:37 pm
Ranji-750x375
1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ হৈ ৰঞ্জী খেলা প্ৰাক্তন ক্ৰিকেটাৰ মুজামিল হকক আজি ১০ জানুৱাৰি বৃহস্পতিবাৰে তেওঁৰ ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ষাপাৰা ৰলিং মিলৰ ওচৰৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে হকক কেইবিধমান নিচাযুক্ত ঔষধসহ আটক কৰিছে। আজি দিনৰ প্ৰায় ৯-৩০ বজাত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে আজি প্ৰাক্তন খেলুৱৈগৰাকীৰ পৰা কেইবিধমান নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে।

আৰক্ষীয়ে খেলুৱাগৰাকীৰ পৰা ২৮ গ্ৰাম হেৰ’ইন, নাইট্ৰচাম আৰু ২০০ প্লাজমো ৰপ্ৰজেছিক প্লাছ টেবলেট, ২ কাৰ্টন চেলফ্ৰেক্স কাফ ছিৰাপ, ১২০ বটল কৰেক্স কাফ ছিৰাপ আৰু ১২,৫০০ টকা জব্দ কৰে।

উল্লেখযোগ্য যে প্ৰাক্তন ৰঞ্জী খেলুৱৈগৰাকীক ইয়াৰ পূৰ্বেও ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান হকক ফটাশিল আৰক্ষী থানাত ৰখা হৈছে।

Recent News

Benefits of Pear: নাচপতিত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ: আপোনালোকে জানেনে?

Benefits of Pear: নাচপতিত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ: আপোনালোকে জানেনে?

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd