• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ ৰাজধানীত সামৰিক চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ পানী বোমা নিক্ষেপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2021 7:22 pm

1 min read

ম্যানমাৰৰ ৰাজধানীত সামৰিক চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ পানী বোমা নিক্ষেপ

উৎস-ইণ্টাৰনেট

243
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ জনসাধাৰণে আজি দেশখনৰ সামৰিক শাসনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহে।

ম্যানমাৰৰ ৰাজধানী ন্যায়প্যিদাত প্ৰতিবাদকাৰী জনসাধাৰণৰ ওপৰত ম্যানমাৰ আৰক্ষীয়ে পানী বোমা নিক্ষেপ কৰে।

বন্দী নেত্ৰী চ্যু কীকে ধৰি অন্যান্য নেতা সকলক মুকলি কৰি দিয়াৰ দাবীৰে হাজাৰ হাজাৰ ম্যানমাৰৰ জনসাধাৰণে সেনা বাহিনীৰ ভয়ক আওকান কৰি ৰাজপথলৈ ওলাই আহে।

‘‘আশান্তি বিয়পোৱা, জনসাধাৰণৰ সুৰক্ষা বিঘ্নিত কৰা আৰু আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব,’’ ম্যানমাৰ আৰক্ষীৰ এগৰাকী বিষয়াই এইদৰে কয়।

উল্লেখযোগ্য যে, ম্যানমাৰৰ সেনা বাহিনীয়ে দেশখনৰ সদ্যসমাপ্ত নিৰ্বাচনত জালিয়াতিৰ অভিযোগ তুলি দেশৰ ক্ষমতা পুনৰ দখল কৰিছিল।

সেনা বাহিনীৰ দ্বাৰা গণতন্ত্ৰ ভংগ কৰি হোৱা অভ্যুত্থানৰ বিৰোধিতাৰে ম্যানমাৰৰ চিকিৎসাকৰ্মী, শিক্ষক সকলেও গণ অসহযোগ কাৰ্য্যসূচী ঘোষণা কৰিছিল।

শিক্ষক আৰু চিকিৎসাকৰ্মী সকলে হাতে হাতে ৰঙা ফিটা পৰিধান কৰি ম্যানমাৰ সেনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd